November 15, 2024 11:39 AM
দেশত চলিত বৰ্ষৰ এপ্ৰিলৰ পৰা অক্টোবৰলৈকে ৭.২৮ শতাংশ ৰপ্তানি বৃদ্ধি
দেশত চলিত বৰ্ষৰ এপ্ৰিলৰ পৰা অক্টোবৰলৈকে ৰপ্তানিৰ হাৰ ৭ দশমিক ২-৮ শতাংশ বৃদ্ধি পাই ৪৬ হাজাৰ ৮২৭ কোটি ডলাৰ হৈছে। যোৱা বছৰ এই সময়ছোৱাত এই পৰিমাণ আছিল ৪৩ হাজাৰ ৬৪৮ কোটি ডলাৰ৷ বাণিজ্য আৰু উদ্যোগ...