ডাউনলোড
মোবাইল এপ

android apple
signal

December 19, 2024 8:59 PM

কাবাদী, খো-খো, মল্লযুঁজ, ফুটবল আদি খেলসমূহৰ প্ৰচাৰৰ অৰ্থে খেল’ ইণ্ডিয়াকে ধৰি সমগ্ৰ দেশতে বিভিন্ন আঁচনি প্ৰৱৰ্তন

কাবাদী, খো-খো, মল্লযুঁজ, ফুটবল আদি খেলসমূহৰ প্ৰচাৰৰ অৰ্থে খেল’ ইণ্ডিয়াকে ধৰি সমগ্ৰ দেশতে বিভিন্ন আঁচনি প্ৰৱৰ্তন কৰা হৈছে বুলি ক্রীড়া মন্ত্ৰ্যালয়ে আজি জানিবলৈ দিয়ে। ৰাজ্যসভাত এটা লিখি...

December 19, 2024 8:55 PM

কেন্দ্ৰীয় চৰকাৰে দেশত খেল’ ইণ্ডিয়া আঁচনিৰ অধীনত মুঠ ১,২৫০ টা খেল’ ইণ্ডিয়া কেন্দ্ৰৰ অনুমোদন

কেন্দ্ৰীয় চৰকাৰে দেশত খেল’ ইণ্ডিয়া আঁচনিৰ অধীনত মুঠ ১,২৫০ টা খেল’ ইণ্ডিয়া কেন্দ্ৰৰ অনুমোদন দিছে। ৰাজ্যসভাত আজি লিখিত উত্তৰত কেন্দ্ৰীয় যুৱ-পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড০ মনসুখ মন্দা...

December 19, 2024 5:32 PM

সন্ধিয়া ৭ বজাত ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মহিলা দলৰ মাজত তিনিখনীয়া টি-টুৱেন্টি ক্রিকেটৰ অন্তিমখন খেল

ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মহিলা দলৰ মাজত অনুষ্ঠিত তিনিখনীয়া টি-টুৱেন্টি ক্রিকেট প্রতিযোগিতাৰ অন্তিমখন খেল আজি নবী মুম্বাইৰ ডি ৱাই পাৰ্টিল ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। খেলখন সন্ধিয়া ৭ বজাত আৰ...

December 18, 2024 1:27 PM

ব্ৰীছবেনত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ বৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ তৃতীয়খন ক্রিকেট টেষ্ট অমীমাংসিতভাৱে সমাপ্ত

ব্ৰীছবেনত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ বৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ তৃতীয়খন ক্রিকেট টেষ্ট আজি অমীমাংসিতভাৱে সমাপ্ত হৈছে। খেলখনৰ আজি অন্তিম দিনা ঘৰুৱা দলটোৱে দ্বিতীয় ইনিংছত ৭ উইকেটৰ বিনিময...

December 18, 2024 1:01 PM

মুম্বাই চিটি এফ চিৰ ১৩ অনূৰ্ধ্ব দলত অসমৰ দিশান্ত বৰঠাকুৰ

মুম্বাই নিবাসী অসমৰ উদীয়মান খেলুৱৈ দিশান্ত বৰঠাকুৰে দেশৰ আগশাৰীৰ ফুটবল ক্লাব মুম্বাই চিটি এফ চি ৰ ১৩বছৰ অনূৰ্ধ্ব দলত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। বিগত দুবছৰ ধৰি ছকাৰষ্টাৰজ ফুটবল ক্লাবৰ অ...

December 14, 2024 3:27 PM

ব্ৰীচবেনত অনুষ্ঠিত বৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ তৃতীয়খন খেলৰ আজি প্রথমদিনৰ খেল বৰষুণৰ বাবে বাতিল

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত ব্ৰীচবেনত অনুষ্ঠিত বৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ তৃতীয়খন খেলৰ আজি প্রথমদিনৰ খেল বৰষুণৰ বাবে বাতিল কৰা হয়। খেলখন কাইলৈ নিৰ্ধাৰিত সময়ৰ আধা ঘণ্টা পূৰ্বে আৰম্ভ হ'ব। ...

November 20, 2024 5:38 PM

চাইনা মাষ্টাৰ্ছ, ২০২৪ বেডমিণ্টনত পি ভি সিন্ধু আৰু মালৱিকা বানছোদে প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

চীনৰ শ্বেনঝেনত অনুষ্ঠিত চাইনা মাষ্টাৰ্ছ, ২০২৪ বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ ছিংগল্‌ছ শাখাত ভাৰতৰ পি ভি সিন্ধু আৰু মালৱিকা বানছোদে প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰতিযোগিতাৰ প্ৰ...

September 23, 2024 1:57 PM

অহা ২৭ ছেপ্তেম্বৰত ভাৰত আৰু বাংলাদেশৰ মাজত টেষ্ট শৃংখলাৰ দ্বিতীয়খন খেল

ভাৰত আৰু বাংলাদেশৰ মাজত অনুষ্ঠিত টেষ্ট শৃংখলাৰ দ্বিতীয়খন খেল অহা ২৭ ছেপ্তেম্বৰত আৰম্ভ হ'ব। দ্বিতীয়খন টেষ্টৰ বাবে পূৰ্বৰ দলটোৰ খেলুৱৈৰ কোনো সালসলনি কৰা হোৱা নাই বুলি বাছনি সমিতিয়ে জানি...

September 23, 2024 12:37 PM

দবা অলিম্পিয়াদত ভাৰতীয় দবা দলৰ স্বৰ্ণ পদক লাভ

হাংগেৰীৰ বুডাপেষ্টত অনুষ্ঠিত দবা অলিম্পিয়াদত ভাৰতীয় দবা দলটোৱে ইতিহাস ৰচিবলৈ সক্ষম হৈছে। প্ৰথমবাৰলৈ মুকলি শাখাত ঘৰুৱা দলটোৱে স্বৰ্ণ পদক লাভ কৰে। অন্তিম ৰাউণ্ডত ৰমেশ বাবু প্রজ্ঞানন্দ ...

September 2, 2024 8:43 AM

পেৰিছ পেৰালিম্পিকত নিশাদ কুমাৰে পুৰুষৰ হাই জাম্প T-47 শিতানত ৰূপৰ পদক লাভ

■ পেৰিছ পেৰালিম্পিকৰ চতুৰ্থ দিনটোত নিশাদ কুমাৰে পুৰুষৰ হাই জাম্প T-47 শিতানত ৰূপৰ পদক লাভ কৰাৰ পাছত ভাৰতৰ মুঠ পদকৰ সংখ্যা সাতলৈ বৃদ্ধি পাইছে। ভাৰতে এই পর্যন্ত এটা সোণ, দুটা ৰূপ, আৰু চাৰিটা ব্ৰ...