June 17, 2024 1:20 PM
উত্তৰ বংগৰ ৰঙাপানী ষ্টেচনৰ সমীপত কাঞ্চনজংঘা এক্সপ্রেছ আৰু মালবাহী ৰে’লৰ মাজত সংঘটিত দুর্ঘটনাত ৮ জন লোকৰ মৃত্যু; ৩০ জন আহত
উত্তৰ বংগৰ ৰঙাপানী ষ্টেচনৰ সমীপত কাঞ্চনজংঘা এক্সপ্রেছ আৰু এখন মালবাহী ৰে'লৰ মাজত হোৱা এটা দুর্ঘটনাত ৮ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৩০ জন লোক আহত হৈছে। আজি পুৱা নিউ জলপাইগুৰি ৰে'ল ষ্টেচনৰ সমীপত ...