October 24, 2024 9:00 PM
অর্থনৈতিক পৰিক্ৰমা বিষয়ক কেবিনেট সমিতিৰ ৬,৭৯৮ কোটি টকাৰ দুটা ৰে’ল প্ৰকল্পত অনুমোদন
অর্থনৈতিক পৰিক্ৰমা বিষয়ক কেবিনেট সমিতিয়ে আজি যোগাযোগ ব্যৱস্থা উন্নীতকৰণ, যাত্ৰা সুচল কৰি তোলা আৰু পৰিবহণ ব্যয় হ্ৰাস কৰাৰ লক্ষ্যৰে ৬ হাজাৰ ৭৯৮ কোটি টকাৰ দুটা ৰে'ল প্ৰকল্পত অনুমোদন জনাই...