June 12, 2024 12:49 PM
অইল ইণ্ডিয়া লিমিটেডৰ আৱাসিক মুখ্য বিষয়া হিচাপে কাৰ্যবাহী সঞ্চালক ৰূপজ্যোতি ফুকন নির্বাচিত
অইল ইণ্ডিয়া লিমিটেডৰ আৱাসিক মুখ্য বিষয়া হিচাপে কাৰ্যবাহী সঞ্চালক ৰূপজ্যোতি ফুকন নির্বাচিত হৈছে। অহা ৩১ আগষ্টত বৰ্তমানৰ অইলৰ আৱাসিক মুখ্য বিষয়া আনফৰ আলী হকে অৱসৰ গ্ৰহণ কৰাৰ পাছত অহা ১ ...