September 2, 2024 8:52 AM

চলিত বৰ্ষৰ আগষ্টত জি এছ টি সংগ্ৰহৰ পৰিমাণ ১০ শতাংশ বৃদ্ধিৰে ১ লাখ ৭৫ হাজাৰ কোটি টকা হৈছে

■ চলিত বৰ্ষৰ আগষ্টত সামগ্ৰী আৰু সেৱা কৰ- জি এছ টি সংগ্ৰহৰ পৰিমাণ ১০ শতাংশ বৃদ্ধিৰে ১ লাখ ৭৫ হাজাৰ কোটি টকা হৈছে ৷ যোৱাবছৰৰ এই একেই সময়ছোৱাত এই পৰিমাণ আছিল ১ লাখ ৫৯ হাজাৰ কোটি টকা ৷ কেন্দ্ৰীয় ...

July 17, 2024 10:55 AM

ভাৰতৰ অৰ্থনৈতিক বিকাশ সম্পৰ্কীয় পূর্বানুমান ২০ পইণ্ট বৃদ্ধিৰে ৭ শতাংশ হ’ব : আই এম এফ

আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি, আই এম এফে ২০২৪-২৫ বিত্তীয় বৰ্ষত ভাৰতৰ অৰ্থনৈতিক বিকাশ সম্পৰ্কীয় পূর্বানুমান ২০ পইণ্ট বৃদ্ধি কৰি ৭ শতাংশ হ'ব বুলি প্ৰকাশ কৰিছে। আই এম এফে ইয়াৰ পূৰ্বে এপ্ৰিলত...

July 15, 2024 10:37 AM

ভাৰতীয় মূলধনী বজাৰত জুলাই মাহৰ প্ৰথমভাগত বিদেশী বিনিয়োগকাৰীৰ প্ৰায় ২৪ হাজাৰ কোটি টকা বিনিয়োগ

● ভাৰতীয় মূলধনী বজাৰত জুলাই মাহৰ প্ৰথমভাগতে বিদেশী বিনিয়োগকাৰীয়ে প্ৰায় ২৪ হাজাৰ কোটি টকা বিনিয়োগ কৰিছে। তথ্য অনুসৰি এই সময়ছোৱাত বিদেশী বিনিয়োগকাৰীয়ে ইকুইটিত বজাৰত ১৫,৩৫২ কোটি ট...

July 12, 2024 9:28 AM

ভাৰত ২০৪৭ চনৰ ভিতৰত মহাশক্তিত পৰিণত হ’ব বুলি পূর্বানুমান অর্থনৈতিক বিশেষজ্ঞ মার্টিন ৰুফৰ

■ Financial Times নামৰ ইংৰাজী ভাষাৰ দৈনিক বাতৰিখনৰ মুখ্য অর্থনৈতিক বিশেষজ্ঞ মার্টিন ৰুফে ভাৰত ২০৪৭ চনৰ ভিতৰত মহাশক্তিত পৰিণত হ'ব বুলি পূর্বানুমান কৰিছে। বাতৰি কাকতখনৰ এটা স্তম্ভলেখত ব্ৰিটেইনৰ অর্...

June 1, 2024 1:14 PM

২০২৩-২৪ বৰ্ষৰ চতুৰ্থ ত্রিমাসিকৰ মুঠ ঘৰুৱা উৎপাদনৰ বিকাশৰ তথ্যই ভাৰতীয় অর্থ ব্যৱস্থাৰ সাফল্যৰ কথাকেই প্ৰতিফলিত কৰেঃ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, ২০২৩-২৪ বৰ্ষৰ চতুৰ্থ ত্রিমাসিকৰ মুঠ ঘৰুৱা উৎপাদনৰ বিকাশৰ তথ্যই ভাৰতীয় অর্থ ব্যৱস্থাৰ সাফল্যৰ কথাকেই প্ৰতিফলিত কৰে। এই তথ্যৰ পৰা ভাৰতীয় অর্থ ব্য...

April 3, 2024 7:21 PM

 চলিত বৰ্ষত ভাৰতীয় অর্থনীতিৰ বিকাশৰ হাৰ ৭.৫ শতাংশ হোৱাৰ পূর্বানুমান বিশ্ববেংকৰ

♦ বিশ্ববেংকে চলিত বৰ্ষত ভাৰতীয় অর্থনীতিৰ বিকাশৰ হাৰ ৭.৫ শতাংশ হ'বগৈ বুলি পূর্বানুমান কৰিছে। বিশ্ব বেংকৰ শেহতীয়া দক্ষিণ এছিয়া উন্নয়নমূলক প্রতিবেদন মতে ২০২৪ চনত সামগ্ৰিকভাৱে দক্ষিণ এছ...