ডাউনলোড
মোবাইল এপ

android apple
signal

December 13, 2024 8:37 PM

২০২৩ চনত দেশত ১৮ হাজাৰৰো অধিক অংগ সংৰোপণ আৰু ১৬ হাজাৰ ৫৪২ টা অংগ দান পঞ্জীয়ন হৈছেঃ কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী প্ৰতাপ ৰাও যাধৱে

দেশত ব্যাপক সজাগতা অভিযান আৰু নতুনকৈ গ্ৰহণ কৰা ভালেমান ব্যৱস্থাৰ বাবে অংগদান, অংগ সংৰোপণ আৰু কলা দান বৃদ্ধি পাইছে। লোকসভাত আজি এটা লিখিত উত্তৰত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ ৰাজ্য মন্ত্ৰী ...

December 11, 2024 2:33 PM

নেপাল পর্যটন ব’ৰ্ডৰ সহযোগত কাঠমাণ্ডুত থকা ভাৰতীয় দূতাবাসৰ প্ৰথম ভাৰত-নেপাল পর্যটন অধিবেশনৰ আয়োজন

কাঠমাণ্ডুত থকা ভাৰতীয় দূতাবাসে নেপাল পর্যটন ব'ৰ্ডৰ সহযোগত কালি প্ৰথম ভাৰত-নেপাল পর্যটন অধিবেশনৰ আয়োজন কৰে। এই অনুষ্ঠানত উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত মহাকুম্ভ ২০২৫ৰ প্ৰচাৰ আৰু ভাৰত আৰু নে...

December 9, 2024 2:32 PM

ছিৰিয়াৰ একতা, সাৰ্বভৌমত্ব আৰু ভৌগোলিক অখণ্ডতা বৰ্তাই ৰখাৰ বাবে আটাইবোৰ দলে কাম কৰাটো জৰুৰী বুলি মন্তব্য ভাৰতৰ

ভাৰতে ছিৰিয়াৰ একতা, সাৰ্বভৌমত্ব আৰু ভৌগোলিক অখণ্ডতা বৰ্তাই ৰখাৰ বাবে আটাইবোৰ দলে কাম কৰাটো জৰুৰী বুলি মন্তব্য কৰিছে। বিদেশ মন্ত্ৰ্যালয়ে এটা বিবৃতে যোগে আজি কয়, যে মন্ত্ৰ্যালয়ে ছিৰিয...

December 7, 2024 8:47 PM

৩দিনীয়া ভ্ৰমণসূচীৰে কাইলৈ ৰাছিয়াত উপস্থিত হ’ব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং তিনিদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে কাইলৈ ৰাছিয়াত উপস্থিত হ'ব। এই ভ্ৰমণকালত তেওঁ ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী আন্দ্ৰে বেলোছ'ভৰ সৈতে মস্কোত যুটীয়াভাৱে সামৰিক ...

December 7, 2024 7:34 PM

দেশজুৰি যক্ষ্মা ৰোগ নিৰ্মূলৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ১০০ দিনীয়া কাৰ্যসূচী গ্ৰহণ

২০২৫ৰ ভিতৰত ভাৰতবৰ্ষক যক্ষ্মা মুক্ত কৰাৰ উদ্দেশ্যে দেশজুৰি কেন্দ্ৰীয় চৰকাৰে যক্ষ্মা ৰোগ নিৰ্মূলৰ বাবে এশদিনীয়া কাৰ্যসূচী গ্ৰহণ কৰিছে। এই উপলক্ষে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অধিক...

December 6, 2024 10:30 AM

ভাৰতীয় সংবিধান প্ৰণেতা, ভাৰতৰত্ন ড° বি আৰ আম্বেদকাৰৰ আজি ৬৯ সংখ্যক মৃত্যু বার্ষিকী

আজি ভাৰতীয় সংবিধানৰ প্ৰণেতা, ভাৰতৰত্ন ড° বি আৰ আম্বেদকাৰৰ ৬৯ সংখ্যক মৃত্যু বার্ষিকী। সমতা, ভাতৃত্ববোধ আৰু ঐক্যৰ আদৰ্শৰে এখন বৈচিত্রহীন সমাজৰ বুনিয়াদ ৰচনা কৰা আইনজ্ঞ, সুদক্ষ ৰাজনীতিবিদ আ...

December 5, 2024 8:21 PM

তৃতীয়বাৰৰ বাবে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে দেৱেন্দ্ৰ ফাড়নাবিছৰ শপত গ্ৰহণ

বিজেপিৰ জ্যেষ্ঠ নেতা দেৱেন্দ্ৰ ফাড়নাবিছে আজি তৃতীয়বাৰৰ বাবে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। শিৱসেনাৰ একনাথ সিন্দে আৰু ৰাষ্ট্রবাদী কংগ্ৰেছ পাৰ্টীৰ অজিত পাৱাৰে উপ-মুখ্...

December 5, 2024 8:12 PM

ভাৰত মণ্ডপমত কাইলৈৰ পৰা ৩ দিনয়াকৈ অষ্টলক্ষ্মী মহোৎসৱ

নতুন দিল্লীৰ প্ৰগতি ময়দানৰ ভাৰত মণ্ডপমত কাইলৈৰ পৰা ৩ দিনয়াকৈ অষ্টলক্ষ্মী মহোৎসৱ অনুষ্ঠিত হ'ব। উত্তৰ-পূব উন্নয়ন মন্ত্ৰালয়, উত্তৰ পূব হস্তশিল্প আৰু হস্ততাঁত উন্নয়ন নিগম লিমিটেড আৰু ইন...

November 30, 2024 8:51 PM

বি এছ এফে চলিত বৰ্ষত বৰ্তমানলৈকে পাঞ্জাৱ সীমান্তৰে ভাৰতলৈ মাদক দ্রব্য, অস্ত্ৰ-শস্ত্ৰ সৰবৰাহ কৰা ২৪৫ খন ড্রোণ জব্দ কৰিছে

সীমান্ত সুৰক্ষা বাহিনী বি এছ এফে চলিত বৰ্ষত এতিয়ালৈকে পাঞ্জাৱ সীমান্তইদি ভাৰতলৈ মাদক দ্রব্য, অস্ত্ৰ-শস্ত্ৰ সৰবৰাহ কৰা ২৪৫ খন ড্রোণ জব্দ কৰিবলৈ সমৰ্থ হৈছে। বিগত বৰ্ষৰ তুলনাত জব্দ কৰা দ্ৰো...

November 30, 2024 8:39 PM

প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে INS-বিক্রমাদিত্যৰ মেৰামতিৰ বাবে কোচিন শ্বিপয়ার্ড লিমিটেডৰ সৈতে ১,২০০ কোটিৰো অধিক টকা মূল্যৰ চুক্তি সম্পন্ন

প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে INS-বিক্রমাদিত্যৰ মেৰামতিৰ বাবে কোচিন শ্বিপয়ার্ড লিমিটেডৰ সৈতে আজি ১,২০০ কোটিৰো অধিক টকা মূল্যৰ চুক্তি সম্পন্ন কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে জানিবলৈ দিয়া অ...