ডাউনলোড
মোবাইল এপ

android apple
signal

May 3, 2024 12:03 PM

আই পি এলত ছানৰাইজাৰ্ছ হায়দাবাদে ৰাজস্থান ৰয়েলছক ১ ৰাণত পৰাস্ত

◊ ছানৰাইজাৰ্ছ হায়দাবাদে যোৱানিশা হায়দাবাদত অনুষ্ঠিত আই পি এল ক্রিকেট প্রতিযোগিতাৰ এখন ৰোমাঞ্চকৰ খেলত ৰাজস্থান ৰয়েলছক ১ ৰাণত পৰাস্ত কৰে। ৰাজস্থান ৰয়েলছে ২০২ ৰাণৰ বিজয় লক্ষ্যৰে খেল ...

May 3, 2024 11:43 AM

আজি বিশ্ব প্ৰেছ স্বাধীনতা দিৱস

◊ আজি বিশ্ব প্ৰেছ স্বাধীনতা দিৱস। প্ৰতিবছৰে ৩ মে'ত সংবাদ মাধ্যমৰ স্বাধীনতাৰ মৌলিক অধিকাৰবোৰক স্বীকৃতি দিয়া, সমগ্ৰ বিশ্বতে সংবাদ মাধ্যমৰ স্বাধীনতা মূল্যায়ন কৰা, সংবাদ মাধ্যমক তেওঁলোকৰ স...

May 3, 2024 11:16 AM

৭ মে’ত অসমকে ধৰি দেশৰ ১০ খন ৰাজ্য আৰু এটা কেন্দ্ৰীয়শাসিত অঞ্চলৰ মুঠ ৯৩ খন আসনৰ বাবে ভোটগ্ৰহণ

♦ লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ সামৰণি পৰিবলৈ মাথোঁ দুটা দিন বাকী থকা অৱস্থাত সকলো ৰাজনৈতিক দল আৰু প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। এই পৰ্যায়ত অহা ৭ মে'ত অসমকে ধ...

May 2, 2024 1:01 PM

গুৰুত্বপূৰ্ণ অৰ্থব্যৱস্থাসমূহৰ ভিতৰত ভাৰতৰ অৰ্থনৈতিক বিকাশৰ হাৰ সৰ্বাধিক বুলি আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিৰ প্ৰকাশ

◊ বিজেপিয়ে কৈছে যে গুৰুত্বপূৰ্ণ অৰ্থব্যৱস্থাসমূহৰ ভিতৰত ভাৰতৰ অৰ্থনৈতিক বিকাশৰ হাৰ সৰ্বাধিক বুলি আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিয়ে প্ৰকাশ কৰা শেহতীয়া পূৰ্বানুমানৰ পৰা দেশৰ অৰ্থনৈতিক প...

May 2, 2024 12:38 PM

দিল্লীত বিজেপিৰ মুখ্য কাৰ্যালয়ত ১০খন দেশৰ ২৮ টা ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ সৈতে সভাপতি জে পি নাড্ডাৰ আলোচনা

♦ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা কালি নতুন দিল্লীত দলৰ মুখ্য কাৰ্যালয়ত ১০খন দেশৰ ২৮ টা ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ সৈতে তেওঁৰ দলৰ নিৰ্বাচনী প্ৰচাৰ কৌশল আৰু সামগ্ৰিক নিৰ্বাচনী প্রক্র...

May 2, 2024 12:13 PM

২০২৫ বৰ্ষৰ পদ্ম সন্মানৰ বাবে মনোনয়ন আৰু পৰামৰ্শ আগবঢ়োৱাৰ প্ৰক্ৰিয়া আৰম্ভ

♦ ২০২৫ বৰ্ষৰ পদ্ম সন্মানৰ বাবে অনলাইনযোগে মনোনয়ন আৰু পৰামৰ্শ আগবঢ়োৱাৰ প্ৰক্ৰিয়া কালি আৰম্ভ হৈছে। পদ্ম সন্মানৰ বাবে নাম মনোনয়ন কৰাৰ অন্তিম দিন অহা ১৫ ছেপ্তেম্বৰ ধাৰ্য্য কৰা হৈছে। ৰাষ্...

April 5, 2024 8:54 PM

জাৰ্মান অ’পেন স্কোৱাছ প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত ৰাষ্ট্ৰীয় চেম্পিয়ন লোৱন চেন্থিলকুমাৰ

◊ ৰাষ্ট্ৰীয় চেম্পিয়ন লোৱন চেন্থিলকুমাৰ জাৰ্মান অ’পেন স্কোৱাছ প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। চেন্থিলকুমাৰে কালি হেমবার্গত অনুষ্ঠিত প্রি-কোৱাৰ্টাৰ ফাইনেলত ইংলেণ্ডৰ অষ...

April 5, 2024 8:52 PM

ইউ পি ব’র্ড অব মাদ্রাছা শিক্ষা আইন, ২০০৪-ক এলাহাবাদ উচ্চ ন্যায়ালয়ে অসাংবিধানিক আৰু ধৰ্ম নিৰপেক্ষতা উলংঘা কৰা কৰা ঘোষণাৰ ওপৰত স্থগিতাদেশ উচ্চতম ন্যায়ালয়ৰ

◊উচ্চতম ন্যায়ালয়ে আজি ইউ পি ব'র্ড অব মাদ্রাছা শিক্ষা আইন, ২০০৪-ক এলাহাবাদ উচ্চ ন্যায়ালয়ে অসাংবিধানিক আৰু ধৰ্ম নিৰপেক্ষতা উলংঘা কৰা বুলি কৰা ঘোষণাৰ ওপৰত স্থগিতাদেশ জাৰি কৰিছে। মুখ্য ন্...

April 5, 2024 8:44 PM

আপৰ অভিযোগঃ কেজৰিৱালক ষড়যন্ত্ৰৰ বলি কৰি কাৰাগাৰত বন্দী কৰি ৰখা হৈছে

◊ আম আদমী পাৰ্টীয়ে আজি অভিযোগ কৰে যে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক ষড়যন্ত্ৰৰ বলি কৰি কাৰাগাৰত বন্দী কৰি ৰখা হৈছে। নতুন দিল্লীত সংবাদ মাধ্যমক অৱগত কৰি আপৰ নেতা সঞ্জয় সিঙে অভিযোগ কৰে যে ...

April 5, 2024 8:42 PM

দিল্লীৰ এখন আদালতৰ কেজৰিৱাল সৈতে নিজা অধিবক্তাৰ আইনী বৈঠকৰ সংখ্যা সপ্তাহত ২ৰ পৰা ৫লৈ বৃদ্ধিৰ অনুৰোধ সংৰক্ষণ

♦দিল্লীৰ এখন আদালতে আজি মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে তেওঁৰ অধিবক্তাৰ সৈতে আইনী বৈঠকৰ সংখ্যা, সপ্তাহত দুবাৰৰ পৰা পাঁচবাৰলৈ বৃদ্ধি কৰাৰ বাবে কৰা অনুৰোধটো সংৰক্ষণ কৰে। ৰাউজ এভিনিউ আদালত...