ডাউনলোড
মোবাইল এপ

android apple
signal

May 9, 2024 9:07 PM

দিল্লীত ভাৰত-মালদ্বীপৰ মাজৰ দ্বিপাক্ষিক সম্পর্ক আৰু নিৰাপত্তা সম্পৰ্কীয় আলোচনাৰে বৈঠক বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰ আৰু মালদ্বীপৰ বিদেশ মন্ত্ৰী মুছা জমিৰে আজি নতুন দিল্লীত দেশ দুখনৰ মাজৰ দ্বিপাক্ষিক সম্পর্ক তথা আঞ্চলিক আৰু নিৰাপত্তা সম্পৰ্কীয় দিশসমূহ আলোচনা কৰ...

May 9, 2024 8:31 PM

ভেজাল খাদ্য চিনাক্তকৰণ আৰু বিক্ৰী ৰোধৰ উদ্দেশ্যে ভাৰতৰ খাদ্য সুৰক্ষা আৰু মান প্ৰাধিকৰণৰ পদক্ষেপ

ভাৰতৰ খাদ্য সুৰক্ষা আৰু মান প্ৰাধিকৰণে ভেজাল খাদ্য চিনাক্তকৰণ আৰু ইয়াৰ বিক্ৰী ৰোধ কৰাৰ উদ্দেশ্যে শেহতীয়াকৈ কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে। এই উদ্দেশ্যে প্ৰাধিকৰণে খাদ্য পৰীক্ষা নিৰ্দে...

May 9, 2024 6:24 PM

ৰাষ্ট্ৰপতি মুৰ্মুৱে ৰাষ্ট্ৰপতি ভৱনত সন্মানীয় পদ্ম বঁটাসমূহ প্ৰদান কৰিব

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত সন্মানীয় পদ্ম বঁটাসমূহ প্ৰদান কৰিব। দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান পদ্ম বঁটাসমূহ পদ্ম বিভূষণ, পদ্ম ভূষণ আৰু পদ্মশ্ৰী এই ত...

May 9, 2024 5:29 PM

আজি উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে অযোধ্যা ভ্ৰমণ কৰিব

♦ উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে আজি অযোধ্যা ভ্ৰমণ কৰিব। নিজৰ এদিনীয়া অযোধ্যা ভ্রমণসূচিত উপ ৰাষ্ট্ৰপতিগৰাকীয়ে অযোধ্যাস্থিত শ্ৰীৰামলালা মন্দিৰ, হনুমানগঢ়ি মন্দিৰ, কুবেৰ টিলা দৰ্শন কৰাৰ লগ...

May 8, 2024 8:19 PM

বিমানৰ যাত্ৰা বাতিল কৰা সন্দৰ্ভত অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ে এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ পৰা প্ৰতিবেদন বিচাৰিছে

অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ে বিমানৰ যাত্ৰা বাতিল কৰা সন্দৰ্ভত এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ পৰা প্ৰতিবেদন বিচাৰিছে আৰু বিষয়টো শীঘ্ৰে সমাধান কৰিবলৈ নিৰ্দেশ দিছে। মন্ত্ৰালয়ে লগতে এয়...

May 11, 2024 12:28 PM

লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত মুঠ ১,৩৩১ গৰাকী প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা

লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত কালি দেশৰ ৯৩টা সমষ্টিত ৬৪.৫৭ শতাংশ ভোটদাতাই গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰে। এই পৰ্যায়ত ১০খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৩টা সমষ্টিত ভোটগ্ৰ...

May 11, 2024 12:29 PM

দেশৰ বিভিন্ন প্ৰান্তত পৰৱৰ্তী ৪ টা পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান অব্যাহত

দেশৰ বিভিন্ন প্ৰান্তত পৰৱৰ্তী ৪ টা পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান ব্যাপক ৰূপত অব্যাহত আছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৰিমনগৰ লোকসভা সমষ্টিৰ ভেমুল্লাবাড়াত স্থানীয় প্...

May 8, 2024 6:30 PM

আজি  কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰৰ ১৬৪ সংখ্যক জয়ন্তী 

কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰৰ ১৬৪ সংখ্যক জয়ন্তী উপলক্ষে আজি দেশৰ অন্যান্য প্ৰান্তৰ লগতে ৰাজ্যৰ বিভিন্ন জিলাত অনুষ্ঠানৰ আয়োজন কৰা হৈছে। হাইলাকান্দি জিলাৰ বিভিন্ন শিক্ষানুষ্ঠান, বেচৰকাৰ...

May 8, 2024 4:35 PM

আজি আন্তঃৰাষ্ট্ৰীয় ৰেড ক্ৰ’ছ বা ৰেড ক্ৰীচেণ্ট দিৱস

সুৰক্ষা, সাহায্য, স্বাস্থ্যসেৱা, সামাজিক সাহায্য আৰু সংহতিৰ প্ৰয়োজনীয়তা থকা লোকসকলৰ কাষত কাম কৰা লাখ লাখ স্বেচ্ছাসেৱক আৰু কৰ্মচাৰীৰ প্ৰতি সন্মান জনাই আজি বিশ্ব ৰেড ক্ৰ'ছ বা ৰেড ক্ৰীচেণ্...

May 7, 2024 2:49 PM

ভোটদানৰ চূড়ান্ত হাৰ ঘোষণাত অযথা পলম কৰা বুলি অসন্তুষ্টি প্ৰকাশ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকার্জুন খাৰ্গেৰ

কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকার্জুন খাৰ্গেয়ে ভোটদানৰ চূড়ান্ত হাৰ ঘোষণাত অযথা পলম কৰা বুলি অসন্তুষ্টি প্ৰকাশ কৰিছে। বিৰোধী মৰ্চা আই এড ডি আইৰ নেতৃবৰ্গলৈ লিখা এখন পত্ৰত তেওঁ কয় যে ন...