ডাউনলোড
মোবাইল এপ

android apple
signal

May 28, 2024 8:06 PM

বিদায়ী সপ্তদশ লোকসভা মহিলা সংৰক্ষণ বিধেয়ক, ৩ তালাক প্ৰথাৰ বিলুপ্তি আৰু ভাৰতীয় ন্যায় সংহিতাসহ কেইবাখনো ঐতিহাসিক বিধেয়ক গৃহীতকৰণৰ বাবে জনা যাবঃ ওম বিৰলা

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কৈছে যে, বিদায়ী সপ্তদশ লোকসভা মহিলা সংৰক্ষণ বিধেয়ক, ৩ তালাক প্ৰথাৰ বিলুপ্তি আৰু ভাৰতীয় ন্যায় সংহিতাসহ কেইবাখনো ঐতিহাসিক বিধেয়ক গৃহীতকৰণৰ বাবে জনা যাব। নতুন...

May 28, 2024 5:23 PM

ঘূৰ্ণী বতাহ ৰেমলৰ সৈতে মোকাবিলাৰ বাবে ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ কেন্দ্ৰীয় আৰু ৰাজ্যিক সংস্থাসমূহলৈ সহযোগিতা

ভয়াৱহ ঘূৰ্ণী বতাহ ৰেমলৰ পৰা উদ্ভৱ হোৱা পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে কেন্দ্ৰীয় আৰু ৰাজ্যিক সংস্থাসমূহলৈ সহযোগিতা আগবঢ়াইছে। বংগোপ সাগৰত সৃষ্টি হোৱা ন...

May 28, 2024 4:23 PM

পাপুৱা নিউগিনিত ভূমিস্খলনৰ ফলত কেইবাজনো লোক নিহত হোৱাক লৈ প্রধানমন্ত্ৰী মোদীৰ গভীৰ শোক প্ৰকাশ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পাপুৱা নিউগিনিত সংঘটিত হোৱা ভয়াৱহ ভূমি স্খলনৰ ফলত কেইবাজনো লোক নিহত হোৱাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টযোগে শ্ৰী মোদীয়ে কৈছে যে ক্...

May 25, 2024 7:50 PM

৭৭ সংখ্যক কাঁ চলচ্চিত্ৰ মহোৎসৱত আন চার্টেইন ৰিগার্ড প্রাইজ শিতানত ভাৰতীয় অভিনেত্রী অনাসুয়া সেনগুপ্তালৈ শ্রেষ্ঠ অভিনেত্ৰী বঁটা

৭৭ সংখ্যক কাঁ চলচ্চিত্ৰ মহোৎসৱত আন চার্টেইন ৰিগার্ড প্রাইজ শিতানত ভাৰতীয় অভিনেত্রী অনাসুয়া সেনগুপ্তালৈ শ্রেষ্ঠ অভিনেত্ৰী বঁটা আগবঢ়োৱা হৈছে। তেওঁ দা শ্বেইমলেছ ছবিত অভিনয়ৰ বাবে শ্রে...

May 25, 2024 5:46 PM

আৰ্চাৰী বিশ্বকাপৰ দ্বিতীয় পৰ্যায়ৰ কম্পাউণ্ড ৱিমেনছ টীম শাখাত ভাৰতৰ সোণৰ পদক

ভাৰতে দক্ষিণ কোৰিয়াত অনুষ্ঠিত আৰ্চাৰী বিশ্বকাপ দ্বিতীয় পৰ্যায়ৰ কম্পাউণ্ড ৱিমেনছ টীম শাখাত সোণৰ পদক অৰ্জন কৰিছে। জ্যোতি সুৰেখা ৱেন্নম, পৰণিত কৌৰ আৰু অদিতি স্বামীৰে গঠিত ভাৰতীয় দলটোৱ...

May 25, 2024 5:21 PM

চেন্নাই আৰু আন্দামানৰ মাজত এয়াৰ ইণ্ডিয়াৰ বিমানৰ চলাচল আজিৰ দিনটোৰ বাবে বাতিল

চেন্নাই আৰু আন্দামানৰ মাজত এয়াৰ ইণ্ডিয়াৰ বিমানৰ চলাচল আজিৰ দিনটোৰ বাবে বাতিল কৰা হৈছে। এটা বিবৃতি অনুসৰি সাগৰীয় ধুমুহা ৰেমালৰ পৰিপ্ৰেক্ষিততে কলকাতা-আন্দামান আৰু অন্ধ্র-প'ৰ্টব্লেয়াৰ...

May 25, 2024 5:14 PM

ৰেমালৰ নিম্নচাপ আজি সন্ধিয়া ঘূৰ্ণীবতাহ-ধুমুহাত পৰিণত হোৱাৰ সম্ভাৱনা ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

♦ ভাৰতীয় বতৰ বিজ্ঞান বিভাগে কৈছে যে, পূব-মধ্য বংগোপ সাগৰৰ ওপৰত সৃষ্টি হোৱা নিম্নচাপ আজি সন্ধিয়া ঘূৰ্ণীবতাহ-ধুমুহাত পৰিণত হোৱাৰ সম্ভাৱনা আছে। এটা বিবৃতিত বিভাগে প্ৰকাশ কৰা অনুসৰি ৰেমাল ন...

May 17, 2024 6:54 PM

দেশৰ বিভিন্ন প্ৰান্তত আজি বিশ্ব উচ্চ ৰক্তচাপ দিৱস পালন

দেশৰ বিভিন্ন প্ৰান্তত আজি বিশ্ব উচ্চ ৰক্তচাপ দিৱস পালন কৰা হয়। উচ্চ ৰক্তচাপ প্ৰতিৰোধ, নিয়ন্ত্ৰণ তথা এই সন্দৰ্ভত সজাগতা গঢ়ি তোলাৰ উদ্দেশ্যে এই দিৱস পালন কৰা হয়। তেজপুৰ চিকিৎসা মহাবিদ্...

May 17, 2024 5:20 PM

মুম্বাইৰ বান্দ্ৰা-কুলা কমপ্লেক্স গ্রাউণ্ডত আই এন ডি আই মিত্রজোঁটৰ সমাবেশৰ আয়োজন

মুম্বাইৰ বান্দ্ৰা-কুলা কমপ্লেক্স গ্রাউণ্ডত আই এন ডি আই মিত্রজোঁটে আজি সমাবেশৰ আয়োজন কৰিছে। কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকার্জুন খাৰ্গে, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, এন চি...

May 17, 2024 5:02 PM

ভাৰত আৰু মংগোলিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ দ্বাদশ যুটীয়া কাৰ্যকৰী গোটৰ বৈঠকৰ আজি সামৰণি

মংগোলিয়াৰ উলানবাটাৰত অনুষ্ঠিত ভাৰত আৰু মংগোলিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ দ্বাদশ যুটীয়া কাৰ্যকৰী গোটৰ বৈঠকৰ আজি সামৰণি পৰে। প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ যুটীয়া সচিব অমিতাভ প্ৰসাদ আৰু মংগ...