ডাউনলোড
মোবাইল এপ

android apple
signal

June 18, 2024 7:42 PM

ভাৰতবৰ্ষক বিশ্বৰ তৃতীয় অর্থব্যৱস্থাৰূপে গঢ় দিয়াত কৃষি খণ্ডই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবঃ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, ভাৰতবৰ্ষক বিশ্বৰ তৃতীয় অর্থব্যৱস্থাৰূপে গঢ় দিয়াত কৃষি খণ্ডই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব আৰু দেশৰ কৃষকসকলৰ আয় বৃদ্ধিৰ বিষয়টো তেওঁৰ চৰকাৰৰ ...

June 15, 2024 2:29 PM

সুনীতা কেজৰিৱাল আৰু আন ৫জন লোকক সামাজিক মাধ্যমত প্ৰকাশ কৰা আদালতৰ কাম-কাজৰ ভিডিঅ’ আঁতৰাবলৈ দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ

দিল্লী উচ্চ ন্যায়ালয়ে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ পত্নী সুনীতা কেজৰিৱাল আৰু আন ৫জন লোকক তেওঁলোকে সামাজিক মাধ্যমত প্ৰকাশ কৰা আদালতৰ কাম-কাজৰ ভিডিঅ’ আঁতৰাবলৈ নিৰ্দেশ দিছে। স...

June 15, 2024 2:21 PM

২৪ জুনৰ পৰা অষ্টাদশ লোকসভাৰ প্ৰথমখন অধিবেশন

অষ্টাদশ লোকসভাৰ প্ৰথমখন অধিবেশন ২৪ জুনৰ পৰা অনুষ্ঠিত হ'ব। সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিনে ৰিজিজুৱে সংসদৰ কামকাজ সুচাৰুৰূপে চলোৱাৰ বাবে সকলোৰে সৈতে একেলগে কাম কৰিবলৈ চৰকাৰ আগ্রহী বুলি প্ৰক...

June 15, 2024 1:32 PM

আজিৰে পৰা ২১ জুনলৈকে ১৮ সংখ্যক মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ

মুম্বাইত আজিৰে পৰা ২১ জুনলৈ ৭ দিনীয়াকৈ ১৮ সংখ্যক মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ আৰম্ভ হ'ব। National Geographic's ৰ তথ্যচিত্ৰ ‘Billy and Molly: An Otter Love Story'ৰ প্ৰদৰ্শনৰে এই মহোৎসৱৰ আৰম্ভণি হ'ব। উদ্বোধনী বোল...

June 14, 2024 8:18 PM

ভাৰতৰ পাইকাৰী মূল্য সূচকাংক ভিত্তিক মুদ্রাস্ফীতি ২০২৪ চনৰ মে’ মাহত ২.৬ শতাংশলৈ বৃদ্ধি

ভাৰতৰ পাইকাৰী মূল্য সূচকাংক ভিত্তিক মুদ্রাস্ফীতি ২০২৪ চনৰ মে’ মাহত ২.৬ শতাংশলৈ বৃদ্ধি পাইছে। ২০২৩ চনৰ মাৰ্চ মাহত এই হাৰ ১.৪১ শতাংশলৈ হ্ৰাস পায়। খাদ্য সামগ্ৰীৰ উৎপাদন, খাৰুৱা পেট্ৰ'লিয়াম ...

June 14, 2024 5:11 PM

কুৱেইটত অগ্নিকাণ্ডত নিহতসকলৰ মৃতদেহ কঢ়িয়াই অনা ভাৰতীয় বায়ুসেনা বাহিনীৰ বিশেষ বিমানখন ক’ছিন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত

কুৱেইটত সংঘটিত অগ্নিকাণ্ডত নিহত হোৱা লোকসকলৰ মৃতদেহ কঢ়িয়াই অনা ভাৰতীয় বায়ুসেনা বাহিনীৰ বিশেষ বিমানখন আহি ক'ছিন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হৈছেহি। কুৱেইটত মৃত্যু হোৱা ৪৫ জ...

June 14, 2024 5:01 PM

অষ্টাদশ লোকসভাৰ প্ৰথম অধিবেশন ২৪ জুনত আৰম্ভ হ’ব

অষ্টাদশ লোকসভাৰ প্ৰথম অধিবেশন ২৪ জুনত আৰম্ভ হ'ব আৰু লোকসভাৰ অধ্যক্ষৰ নিৰ্বাচন ২৬ জুনত অনুষ্ঠিত হ'ব। প্ৰথম অধিবেশনৰ সময়ছোৱাত নৱনিৰ্বাচিত সদস্যসকলক পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱা হ'...

June 13, 2024 7:21 PM

অজিত দোভালক যোৱা ১০ জুনৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা হিচাপে নিযুক্তিত অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ

কেন্দ্ৰীয় কেবিনেটৰ নিযুক্তি সমিতিয়ে ভাৰতীয় আৰক্ষী সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া অজিত দোভালক যোৱা ১০ জুনৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা হিচাপে নিযুক্তিত অনুমোদন জনাই...

June 13, 2024 4:21 PM

দেশৰ প্ৰতিৰক্ষা আমদানি অহা ৫ বছৰত ৫০ হাজাৰ কোটি টকালৈ বৃদ্ধি কৰাৰ লক্ষ্যঃ ৰাজনাথ সিং

কেন্দ্ৰীয় চৰকাৰে দেশৰ প্ৰতিৰক্ষা আমদানি অহা ৫ বছৰত ৫০ হাজাৰ কোটি টকালৈ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্ৰকাশ কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰী হিচাপে দা...

June 12, 2024 2:14 PM

কেন্দ্রীয় মন্ত্রী নীতিন গাডকাৰীৰ পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰ্যালয়ৰ দায়িত্বভাৰ গ্ৰহণ

কেন্দ্রীয় মন্ত্রী নীতিন গাডকাৰীয়ে আজি পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰ্যালয়ৰ দায়িত্বভাৰ গ্ৰহণ কৰে। শ্রীগাডকাৰীয়ে মোদী ৩.০ কাৰ্যকালত পুনৰবাৰ তেওঁক পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰীৰ দায়িত্ব অ...