January 10, 2025 1:24 PM
২০২৫ বৰ্ষত ভাৰতৰ অৰ্থব্যৱস্থাৰ বিকাশ হাৰ ৬.৬ শতাংশ হ’ব : ৰাষ্ট্ৰসংঘ
ৰাষ্ট্ৰসংঘৰ ধবজাবাহী অর্থনৈতিক প্ৰতিবেদনত ২০২৫ বৰ্ষত ভাৰতৰ অৰ্থ ব্যৱস্থাৰ বিকাশ হাৰ ৬.৬ শতাংশ হ'ব বুলি অনুমান কৰা হৈছে। ঘাইকৈ সামগ্ৰীৰ ব্যক্তিগত ব্যৱহাৰ আৰু বিনিয়োগৰ বাবে বিকাশ হাৰ বৃদ্...