April 23, 2025 8:29 PM
উগ্ৰপন্থী আক্ৰমণৰ ঘটনাৰ পিছতেই কাশ্মীৰ উপত্যকাৰ পৰ্যটনৰ ক্ষেত্ৰখনত থকা সকলো দাঁগ আতৰাবলৈ কেন্দ্ৰীয় চৰকাৰ বদ্ধপৰিকৰঃ গজেন্দ্ৰ সিং শেখাৱাট
পেহেলগামৰ উগ্ৰপন্থী আক্ৰমণৰ ঘটনাৰ পিছতেই কাশ্মীৰ উপত্যকাৰ পৰ্যটনৰ ক্ষেত্ৰখনত থকা সকলো দাঁগ আতৰাবলৈ কেন্দ্ৰীয় চৰকাৰ বদ্ধপৰিকৰ বুলি পর্যটন মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱাটে মন্তব্য কৰিছে।...