February 3, 2025 12:12 PM
ডেভিছ কাপৰ প্ৰথম পৰ্যায়ৰ বাবে ভাৰতীয় টেনিছ দলৰ যোগ্যতা অৰ্জন
ভাৰতীয় টেনিছ দলে নতুন দিল্লীৰ ডি এল টি এ কমপ্লেক্সত কালি অনুষ্ঠিত প্রথম বিশ্ব গ্রুপ প্লে অফত ট’গ'ক ৪-০ ফলাফলত পৰাস্ত কৰি ডেভিছ কাপ ২০২৫ৰ প্ৰথম পৰ্যায়ৰ বাবে যোগ্যতা অৰ্জন কৰে। এন শ্ৰীৰাম বা...