April 19, 2025 9:09 PM
বাংলাদেশত হিন্দু সংখ্যালঘু নেতা ভৱেশ চন্দ্ৰ ৰয়ৰ অপহৰণ আৰু হত্যাৰ ঘটনাক ভাৰতৰ তীব্ৰ গৰিহণা
বাংলাদেশত হিন্দু সংখ্যালঘু নেতা ভৱেশ চন্দ্ৰ ৰয়ৰ অপহৰণ আৰু হত্যাৰ ঘটনাক ভাৰতে তীব্ৰ গৰিহণা দিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধিৰ জয়ছোৱালে সামাজিক মাধ্যমযোগে কৈছে যে, এই ঘট...