March 9, 2025 11:15 AM
ডুবাইত ভাৰত আৰু নিউজিলেণ্ডৰ মাজত আই চি চি চেম্পিয়নছ ট্রফী ক্রিকেট প্ৰতিযোগিতাৰ ফাইনেল
ডুবাইত ভাৰত আৰু নিউজিলেণ্ডৰ মাজত আজি হ'বলগীয়া আই চি চি চেম্পিয়নছ ট্রফী ক্রিকেট প্ৰতিযোগিতাৰ ফাইনেলক লৈ অভূতপূৰ্ব উৎসাহ পৰিলক্ষিত হৈছে। খেলখন দিনৰ আঢ়ৈ বজাত আৰম্ভ হ'ব। দেশ দুখনৰ মাজত অনু...