April 5, 2025 11:33 AM
ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে আলোচনা ফলপ্রসু হৈছে : নেপালৰ প্ৰধানমন্ত্রী কে পি শর্মা অলি
নেপালৰ প্ৰধানমন্ত্রী কে পি শর্মা অলিয়ে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে অতি ফলপ্রসু আলোচনাত মিলিত হোৱাৰ কথা প্ৰকাশ কৰিছে। বেংককত অনুষ্ঠিত ষষ্ঠ BIMSTEC সন্মিলনৰ সুযোগতে দুয়োগৰাকী ন...