October 14, 2024 7:37 PM

নতুন শিক্ষানীতিয়ে শিক্ষার্থীসকলৰ মাজত ভাৱাদৰ্শ সৃষ্টি তথা গোলকীয়ভাৱে দায়িত্বশীল নাগৰিক গঢ়ি তোলাৰ লক্ষ্য আগত ৰাখিছেঃ ধর্মেন্দ্র প্রধান

নতুন শিক্ষানীতিয়ে শিক্ষার্থীসকলৰ মাজত ভাৱাদৰ্শ সৃষ্টি তথা গোলকীয়ভাৱে দায়িত্বশীল নাগৰিক গঢ়ি তোলাৰ লক্ষ্য আগত ৰাখিছে বুলি শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানে প্রকাশ কৰিছে। নতুন দিল্ল...