May 10, 2024 7:57 PM

ভাৰত আৰু মলদোভাৰ কূটনৈতিক আৰু চৰকাৰী পাছপৰ্টৰ ভিছা ৰেহাইৰ চুক্তিত স্বাক্ষৰ

ভাৰত আৰু মলদোভাই আজি নতুন দিল্লীত কূটনৈতিক আৰু চৰকাৰী পাছপহৰ্টৰ ভিছা ৰেহাইৰ চুক্তিত স্বাক্ষৰ কৰে। এই চুক্তিৰ জৰিয়তে ভিছা অবিহনে যিকোনো এখন দেশৰ কূটনৈতিক আৰু চৰকাৰী পাছপহৰ্টধাৰীয়ে আনখ...