December 23, 2024 12:20 PM
সন্ত্ৰাসবাদ বিৰোধী অভিযানত সহযোগিতা বৃদ্ধিৰ বাবে ভাৰত আৰু কুৱেইটৰ সন্মতি প্ৰদান
ভাৰত আৰু কুৱেইটে সীমান্তৰ সিপাৰৰ সন্ত্ৰাসবাদকে ধৰি ইয়াৰ সকলো ৰূপ আৰু প্ৰকাশভংগীক গৰিহণা দিছে। দুয়োখন দেশেই সন্ত্ৰাসবাদৰ বিত্তীয় নেটৱৰ্ক আৰু নিৰাপদ আশ্রয়স্থল বিঘ্নিত কৰাৰ লগতে ইয়া...