October 10, 2024 8:17 PM

বিশ্ব মানসিক স্বাস্থ্য দিৱসৰ সৈতে সংগতি ৰাখি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ৰ নতুন দিল্লীত টেলি-মানস এপ আৰু ভিডিঅ’ কলৰ সুবিধা মুকলি

বিশ্ব মানসিক স্বাস্থ্য দিৱসৰ সৈতে সংগতি ৰাখি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ে আজি নতুন দিল্লীত টেলি-মানস এপ আৰু ভিডিঅ’ কলৰ সুবিধা মুকলি কৰে। একেটা অনুষ্ঠানতে বিশ্ব স্বাস্থ্য স...