ডাউনলোড
মোবাইল এপ

android apple
signal

May 9, 2024 8:31 PM

ভেজাল খাদ্য চিনাক্তকৰণ আৰু বিক্ৰী ৰোধৰ উদ্দেশ্যে ভাৰতৰ খাদ্য সুৰক্ষা আৰু মান প্ৰাধিকৰণৰ পদক্ষেপ

ভাৰতৰ খাদ্য সুৰক্ষা আৰু মান প্ৰাধিকৰণে ভেজাল খাদ্য চিনাক্তকৰণ আৰু ইয়াৰ বিক্ৰী ৰোধ কৰাৰ উদ্দেশ্যে শেহতীয়াকৈ কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে। এই উদ্দেশ্যে প্ৰাধিকৰণে খাদ্য পৰীক্ষা নিৰ্দে...

May 11, 2024 12:34 PM

ৰাছিয়ান সেনা বাহিনীত যুঁজাৰুৰ ভূমিকা লৈ ভাৰতীয় নাগৰিকক সৰবৰাহৰ সৈতে জড়িত গোচৰত ৪ অভিযুক্তক গ্ৰেপ্তাৰ চি বি আইৰ

কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চি বি আইয়ে ৰাছিয়ান সেনা বাহিনীত যুঁজাৰুৰ ভূমিকা লৈ ভাৰতীয় নাগৰিকক সৰবৰাহৰ সৈতে জড়িত গোচৰৰ ৪জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। চি বি আইয়ে কৈছে যে, দেশজুৰি এয়া...

May 8, 2024 4:37 PM

ৰিয়েৰ এড্‌মিৰেল ৰাজেশ ধনকাৰৰ নেতৃত্বত ভাৰতীয় নৌসেনাৰ প্ৰতিনিধি দলৰ ইনফৰমেচন ফিউজন ছিংগাপুৰ ভ্ৰমণ

ৰিয়েৰ এড্‌মিৰেল ৰাজেশ ধনকাৰৰ নেতৃত্বত ভাৰতীয় নৌসেনাৰ এটা প্ৰতিনিধি দলে কালি ইনফৰমেচন ফিউজন ছিংগাপুৰ ভ্ৰমণ কৰে। এই ভ্ৰমণৰ উদ্দেশ্যে হৈছে সামুদ্ৰিক সুৰক্ষা আৰু সহযোগিতা বৃদ্ধি আৰু ভাৰত...

May 11, 2024 12:35 PM

ভাৰত প্ৰতিৰক্ষা সামগ্রী আমদানীকাৰী এখন দেশৰ পৰা এনে সামগ্ৰী ৰপ্তানীকাৰী দেশলৈ ৰূপান্তৰিত হৈছেঃ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে, বিগত ১০টা বছৰত এন ডি এ চৰকাৰৰ সফলতাসমূহৰ কৃতিত্ব জনসাধাৰণক প্ৰদান কৰিছে। তেওঁ কয় যে, জনসাধাৰণে তেওঁক প্ৰদান কৰা ভোটৰ জৰিয়তে দেশ প্ৰতিৰক্ষা সামগ্রী আমদান...

May 7, 2024 2:44 PM

ভাৰত বৰ্তমান ইতিহাসৰ জটিল সন্ধিক্ষণত উপস্থিত হৈছেঃ প্ৰধানমন্ত্ৰী

বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে ভাৰত বৰ্তমান ইতিহাসৰ জটিল সন্ধিক্ষণত উপস্থিত হৈছে। মধ্য প্ৰদেশৰ খাৰগনেত এখন জনসভাত ভাষণ দি শ্রী মোদীয়ে কয় যে আই এন ডি আই ...

May 4, 2024 12:20 PM

২০ মে’ৰ পিছত ঘোষণা কৰা হ’ব চি বি এছ ইৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল

♦ কেন্দ্রীয় মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ চি বি এছ ইৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ২০ মে'ৰ পাছত ঘোষণা কৰা হ’ব। শুকুৰবাৰে চি বি এছ ইয়ে এক বিবৃতিযোগে এই কথা ঘোষণা কৰিছে। এইবা...

May 3, 2024 12:21 PM

আজি ভাৰত আৰু ইণ্ডোনেছিয়াৰ মাজত দিল্লীত যুটীয়া প্ৰতিৰক্ষা সহযোগিতা সমিতিৰ সপ্তমখন বৈঠক অনুষ্ঠিত হ’ব

♦ ভাৰত আৰু ইণ্ডোনেছিয়াৰ মাজত আজি নতুন দিল্লীত যুটীয়া প্ৰতিৰক্ষা সহযোগিতা সমিতিৰ সপ্তমখন বৈঠক অনুষ্ঠিত হ'ব। বৈঠকত ভাৰতৰ প্ৰতিৰক্ষা সচিব গিৰিধৰ আৰামানে আৰু ইণ্ডোনেছিয়াৰ প্ৰতিৰক্ষা সচি...

May 2, 2024 11:57 AM

কেন্দ্ৰীয় চৰকাৰে ইয়াৰ কৰ্মচাৰীসকলৰ শিক্ষা আৰু ছাত্রাবাস ভাট্টা বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ

◊ কেন্দ্ৰীয় চৰকাৰে ইয়াৰ কৰ্মচাৰীসকলৰ শিক্ষা আৰু ছাত্রাবাস ভাট্টা বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। যোৱা জানুৱাৰীত মৰগীয়া বানচ ৫০ শতাংশ স্পৰ্শ কৰাৰ পাছত এই সিদ্ধান্ত লোৱা হৈছে। কৰ্ম...

April 5, 2024 8:52 PM

ইউ পি ব’র্ড অব মাদ্রাছা শিক্ষা আইন, ২০০৪-ক এলাহাবাদ উচ্চ ন্যায়ালয়ে অসাংবিধানিক আৰু ধৰ্ম নিৰপেক্ষতা উলংঘা কৰা কৰা ঘোষণাৰ ওপৰত স্থগিতাদেশ উচ্চতম ন্যায়ালয়ৰ

◊উচ্চতম ন্যায়ালয়ে আজি ইউ পি ব'র্ড অব মাদ্রাছা শিক্ষা আইন, ২০০৪-ক এলাহাবাদ উচ্চ ন্যায়ালয়ে অসাংবিধানিক আৰু ধৰ্ম নিৰপেক্ষতা উলংঘা কৰা বুলি কৰা ঘোষণাৰ ওপৰত স্থগিতাদেশ জাৰি কৰিছে। মুখ্য ন্...

April 5, 2024 8:44 PM

আপৰ অভিযোগঃ কেজৰিৱালক ষড়যন্ত্ৰৰ বলি কৰি কাৰাগাৰত বন্দী কৰি ৰখা হৈছে

◊ আম আদমী পাৰ্টীয়ে আজি অভিযোগ কৰে যে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক ষড়যন্ত্ৰৰ বলি কৰি কাৰাগাৰত বন্দী কৰি ৰখা হৈছে। নতুন দিল্লীত সংবাদ মাধ্যমক অৱগত কৰি আপৰ নেতা সঞ্জয় সিঙে অভিযোগ কৰে যে ...