July 4, 2024 3:06 PM
দেশত কয়লাৰ উৎপাদন বৃদ্ধি পাই যোৱা জুন মাহত ৮ কোটি ৬৬ লাখ ৩০ হাজাৰ টন হৈছে
■ দেশত কয়লাৰ উৎপাদন ১৪.৫ শতাংশ বৃদ্ধি পাই যোৱা জুনত ৮ কোটি ৬৬ লাখ ৩০ হাজাৰ টন হৈছে। যোৱা বছৰ এই একে সময়ছোৱাত এই পৰিমাণ ৭ কোটি ৩৯ লাখ ২০ হাজাৰ টন আছিল। কয়লা মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা শেহতীয়া...