ডাউনলোড
মোবাইল এপ

android apple
signal

January 22, 2025 7:46 PM

২০২৫-২৬ বিপণন বৰ্ষত কেঁচা মৰাপাটৰ ন্যূনতম সমৰ্থন মূল্য বৃদ্ধিৰ সিদ্ধান্ত কেন্দ্ৰৰ

কেন্দ্ৰীয় চৰকাৰে ২০২৫-২৬ বিপণন বৰ্ষত কেঁচা মৰাপাটৰ ন্যূনতম সমৰ্থন মূল্য বৃদ্ধিৰ সিদ্ধান্ত লৈছে। আজি নতুন দিল্লীত সাংবাদিকৰে সৈতে হোৱা কথা বতৰাত কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী প...

January 11, 2025 9:20 PM

২০২৪ বৰ্ষত ১৬,৯০০ কোটি টকাৰো অধিক মূল্যৰ মাদক দ্রব্য জব্দ কৰা হৈছেঃ গৃহমন্ত্রী

২০২৪ বৰ্ষত ১৬ হাজাৰ ৯০০ কোটি টকাৰো অধিক মূল্যৰ মাদক দ্রব্য জব্দ কৰা হৈছে আৰু এয়া স্বাধীনতাৰ পাছত কোনো এটা বছৰত জব্দ কৰা মাদক দ্ৰব্যৰ সৰ্বাধিক পৰিমাণ বুলি কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহ...

January 2, 2025 9:32 AM

আজিৰে পৰা গণৰাজ্য দিৱসৰ কুচকাৱাজ আৰু বিটিং ৰিটিত সমাৰোহৰ টিকটৰ বিক্ৰী আৰম্ভ

আসন্ন গণৰাজ্য দিৱসৰ কুচকাৱাজ আৰু বিটিং ৰিটিত সমাৰোহৰ টিকটৰ বিক্ৰী আজি আৰম্ভ হ'ব। প্ৰতিৰক্ষা মন্ত্ৰালয়ে কৈছে যে সেনা ভৱন, শাস্ত্রী ভৱন, যন্তৰ মন্তৰ, প্ৰগতি ময়দান আৰু ৰাজীৱ চ'ক মেট্রো ষ্টেশ...

January 2, 2025 9:22 AM

কৃষকসকলৰ কল্যাণৰ বাবে ৩টা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কেন্দ্ৰৰ

■ নৰেন্দ্ৰ মোদী চৰকাৰে নতুন বছৰটো খেতিয়কৰ নামত উচৰ্গা কৰা বুলি কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে মন্তব্য কৰিছে। নতুন দিল্লীত কালি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত শ্রীচৌহানে ক...

December 24, 2024 1:35 PM

পঞ্চম আৰু অষ্টম শ্ৰেণীৰ বাৰ্ষিক পৰীক্ষাত অনুত্তীর্ণ শিক্ষাৰ্থীসকলক পৰৱৰ্তী শ্ৰেণীত অধ্যয়নৰ সুযোগ দিয়াৰ পূৰ্বৰ বিশেষ নীতি বাতিল কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰে পঞ্চম আৰু অষ্টম শ্ৰেণীৰ বাৰ্ষিক পৰীক্ষাত অনুত্তীর্ণ শিক্ষাৰ্থীসকলক পৰৱৰ্তী শ্ৰেণীত অধ্যয়নৰ সুযোগ দিয়াৰ পূৰ্বৰ বিশেষ নীতি বাতিল কৰিছে। এতিয়াৰেপৰা পঞ্চম আৰু অষ্টম ...

December 24, 2024 10:24 AM

২০২৫ বৰ্ষৰ গণৰাজ্য দিৱসৰ পেৰেড আৰু প্ৰদৰ্শনীৰ বিষয়বস্তু ‘স্বর্ণিম ভাৰত: বিৰাসত ঔৰ বিকাশ’

■প্ৰতিৰক্ষা মন্ত্ৰালয়ে কৈছে যে এইবাৰৰ গণৰাজ্য দিৱসৰ পেৰেড আৰু প্ৰদৰ্শনীৰ বিষয়বস্তু হ'ব ‘স্বর্ণিম ভাৰত: বিৰাসত ঔৰ বিকাশ'। কৰ্তব্য পথত হবলগীয়া সাংস্কৃতিক প্ৰদৰ্শনী আৰু পেৰেডত অংশগ্ৰহণ...

December 24, 2024 10:06 AM

আজি ৰাষ্ট্ৰীয় গ্ৰাহক দিৱস

আজি ৰাষ্ট্ৰীয় গ্ৰাহক দিৱস। গ্রাহক আন্দোলনৰ গুৰুত্ব তথা প্ৰতিজন গ্ৰাহকৰ অধিকাৰ আৰু দায়িত্ব সম্পর্কে সজাগতা সৃষ্টিৰ বাবে প্ৰতিবছৰে আজিৰ দিনটোতে ৰাষ্ট্ৰীয় গ্ৰাহক দিৱস পালন কৰা হয়। উল্...

December 19, 2024 8:47 PM

কাইলৈৰ পৰা ৩ দিনীয়া ভ্ৰমণসূচীৰে বিদেশ সচিব বিক্রম মিশ্রী মৰিছাছলৈ যাব

বিদেশ সচিব বিক্রম মিশ্রীয়ে কাইলৈৰ পৰা তিনি দিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে মৰিছাছলৈ যাব। সেই দেশৰ প্ৰধানমন্ত্রী নবীনচন্দ্ৰ ৰামগুলামৰ নেতৃত্বত মৰিছাছত নতুন চৰকাৰ গঠনৰ পাছত দুয়োখন দেশৰ মাজ...

December 19, 2024 5:14 PM

অৰুণাচল প্ৰদেশৰ পথ উন্নয়ন প্ৰকল্পৰ বাবে ৩৯৮ কোটি টকাত অনুমোদন কেন্দ্ৰৰ

কেন্দ্ৰীয় চৰকাৰে অৰুণাচল প্ৰদেশৰ পথ উন্নয়ন প্ৰকল্পৰ বাবে ৩৯৮ কোটি টকাত অনুমোদন জনাইছে। কেন্দ্ৰীয় পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে কয়, যে কেন্দ্ৰীয় পথ আৰু আন্তঃগাথনি নিধ...

December 13, 2024 8:28 PM

দেশত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিগত ১০ বছৰত আন্তঃগাঁথনি খণ্ডত অভূতপূর্ব বিকাশ হৈছেঃ বিত্ত ৰাজ্য মন্ত্ৰী পংকজ চৌধুৰী

দেশত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিগত ১০ বছৰত আন্তঃগাঁথনি খণ্ডত অভূতপূর্ব বিকাশ হৈছে বুলি বিত্ত ৰাজ্য মন্ত্ৰী পংকজ চৌধুৰীয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱ...