April 15, 2024 8:06 PM

সন্ত্রাসবাদ প্রতিহত বিষয়ক ভাৰত-ফ্রান্স যুটীয়া কাৰ্য্যকৰী গোটৰ নতুন দিল্লীত ষষ্ঠদশ বৈঠক

নতুন দিল্লীত আজি সন্ত্রাসবাদ প্রতিহত বিষয়ক ভাৰত-ফ্রান্স যুটীয়া কাৰ্য্যকৰী গোটৰ ষষ্ঠদশ বৈঠক অনুষ্ঠিত হয়। বৈঠকত দুয়োপক্ষই সন্ত্রাসবাদীসকলে ব্যৱহাৰ কৰা নতুন আৰু উন্নত প্রযুক্তি, সন্ত...