October 10, 2024 8:19 PM
২০৩০ চনৰ ভিতৰত ভাৰতৰ বস্ত্ৰ খণ্ড প্ৰায় ৩৫ হেজাৰ কোটি ডলাৰ বৃদ্ধি হ’ব বুলি আশা কৰা হৈছে
ভাৰতৰ বস্ত্ৰ খণ্ড ২০৩০ চনৰ ভিতৰত প্ৰায় ৩৫ হেজাৰ কোটি ডলাৰ বৃদ্ধি হ’ব বুলি আশা কৰা হৈছে। আগষ্টত প্ৰকাশ পোৱা দেশৰ বাণিজ্য তথ্য অনুসৰি ৰেডিমেড পোছাকৰ ক্ষেত্ৰত খণ্ডটোত বিগত বৰ্ষৰ তুলনাত ১১ শত...