September 10, 2024 7:03 PM
ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যৰ বিষয়টো অধিক প্রতিনিধিত্বমূলক কৰাৰ হকে ভাৰতৰ মতপোষণ
ভাৰতে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যৰ বিষয়টো অধিক প্রতিনিধিত্বমূলক কৰাৰ হকে মত পোষণ কৰিছে। নিৰাপত্তা পৰিষদৰ ক্ষেত্ৰত ৰাজনৈতিক মতানৈক্যই শান্তি ৰক্ষাৰ অভিযানসমূহক প্ৰভাৱ...