March 21, 2025 10:08 AM
বলিভিয়াৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী চেলিণ্ডা ছ’ছা লুণ্ডাৰ সৈতে মন্ত্ৰী ড° এছ জয়শংকৰৰ দ্বিপাক্ষিক আলোচনা
বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰে কালি নতুন দিল্লীত বলিভিয়াৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী চেলিণ্ডা ছ'ছা লুণ্ডাৰ সৈতে দ্বিপাক্ষিক সহযোগিতা সন্দৰ্ভত বিতং আলোচনাত মিলিত হয়। আলোচনাকাল...