June 6, 2024 11:45 AM

আই চি চি টি-টুৱেণ্টী বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ গ্ৰুপ পৰ্যায়ৰ এখন খেলত আয়াৰলেণ্ডক ৮ উইকেটত পৰাস্ত ভাৰতৰ

ভাৰতে যোৱানিশা নিউয়ৰ্কৰ নাচাউ কাউণ্টী আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত আই চি চি টি-টুৱেণ্টী বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ গ্ৰুপ পৰ্যায়ৰ এখন খেলত আয়াৰলেণ্ডক ৮ উইকেটত পৰ...