ডাউনলোড
মোবাইল এপ

android apple
signal

March 6, 2025 8:23 PM

কলকাতাত আজি ভাৰত-বাংলাদেশ যুটীয়া নদী পৰিষদৰ ৮৬ সংখ্যক বৈঠক আৰম্ভ

ভাৰত-বাংলাদেশ যুটীয়া নদী পৰিষদৰ ৮৬ সংখ্যক বৈঠক আজি কলকাতাত আৰম্ভ হয়। বাংলাদেশৰ ১১ জনীয়া এটা প্রতিনিধি দলে এই বৈঠকত অংশগ্রহণ কৰিছে। উল্লেখযোগ্য যে, দুয়োখন দেশৰ মাজেৰে বৈ যোৱা নদীসমূহক ...

December 9, 2024 2:22 PM

ভাৰত-বাংলাদেশ বৈদেশিক কাৰ্যালয়ৰ আলোচনাত ভাৰতীয় প্ৰতিনিধি দলক নেতৃত্ব দিবলৈ ঢাকাত উপস্থিত বিদেশ সচিব বিক্রম মিশ্ৰী

ভাৰত-বাংলাদেশ বৈদেশিক কাৰ্যালয়ৰ পৰৱৰ্তী পৰ্যায়ৰ আলোচনাত ভাৰতীয় প্ৰতিনিধি দলটোক নেতৃত্ব দিবলৈ ভাৰতৰ বিদেশ সচিব বিক্রম মিশ্ৰী ঢাকাত উপস্থিত হৈছে৷ আজি পুৱা প্ৰায় ৮:৩০ বজাত ভাৰতীয় বায...

October 12, 2024 9:20 PM

উৎসৱৰ সময়ত সকলো সংখ্যালঘূ আৰু তেওঁলোকৰ ধৰ্মীয় স্থানসমূহৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ বাংলাদেশ চৰকাৰক আহ্বান ভাৰতৰ

ভাৰতে বাংলাদেশ চৰকাৰক বিশেষকৈ উৎসৱৰ সময়ত সকলো সংখ্যালঘূ আৰু তেওঁলোকৰ ধৰ্মীয় স্থানসমূহৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ আহ্বান জনাইছে। বিদেশ মন্ত্ৰ্যালয়ে এটা বিবৃতিযোগে ঢাকাৰ তান্তিবাজাৰ ...

October 10, 2024 12:19 PM

তিনিখনীয়া টি-টুৱেন্টি ক্রিকেটৰ দ্বিতীয়খন খেলত বাংলাদেশৰ বিৰুদ্ধে ভাৰতৰ জয়লাভ

ভাৰতে যোৱানিশা নতুন দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত তিনিখনীয়া টি-টুৱেন্টি ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলত বাংলাদেশক ৮৬ ৰানৰ ব্যৱধানত পৰাস্ত কৰি শৃংখলাত অপ্ৰতিৰোধ্য অগ্রগতি ল...

September 12, 2024 1:24 PM

ভাৰত-বাংলাদেশ সীমান্তত তিনিজন বাংলাদেশী নাগৰিকক আটক অসম-আৰক্ষীৰ

অসম-আৰক্ষীয়ে ভাৰত-বাংলাদেশ সীমান্তত তিনিজন বাংলাদেশী নাগৰিকক আটক কৰিছে। তেওঁলোকক সুমন হুছেইন, সুহানা খাটুন আৰু এভা আখটাৰ বুলি জানিব পৰা গৈছে। অসম আৰক্ষীয়ে তেওঁলোকক চিনাক্ত কৰি ইতিমধ্য...