March 18, 2025 1:07 PM
নতুন দিল্লীত ভাৰত-অষ্ট্ৰেলিয়া প্ৰতিৰক্ষা নীতিৰ নৱমলানি আলোচনা অনুষ্ঠিত
নতুন দিল্লীত কালি ভাৰত-অষ্ট্ৰেলিয়া প্ৰতিৰক্ষা নীতিৰ নৱমলানি আলোচনা অনুষ্ঠিত হয়। বৈঠকত দুয়োপক্ষই পাৰস্পৰিক স্বার্থজড়িত আঞ্চলিক আৰু গোলকীয় বিষয়সমূহৰ সন্দৰ্ভত মত বিনিময় কৰে। আলোচ...