February 17, 2025 1:05 PM
ভাৰতৰ বৰ্তমানৰ ৩ লাখ কোটি টকাৰ পৰা ২০৩০ চনৰ ভিতৰত ৯ লাখ কোটি টকা মূল্যলৈ বস্ত্ৰ ৰপ্তানি বৃদ্ধিৰ লক্ষ্য
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, যে ভাৰতে বৰ্তমানৰ ৩ লাখ কোটি টকাৰ পৰা ২০৩০ চনৰ ভিতৰত ৯ লাখ কোটি টকা মূল্যৰ বস্ত্ৰ ৰপ্তানি বৃদ্ধিৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। কালি নতুন দিল্লীৰ ভাৰত মণ্ডপমত ...