February 1, 2025 12:19 PM
দেশত আৰু ৪টা নতুন ৰামছৰ ক্ষেত্ৰ ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ
কেন্দ্ৰীয় চৰকাৰে ৪টা নতুন ৰামছৰ ক্ষেত্ৰ ঘোষণা কৰিছে। ইয়াৰ ফলত দেশত মুঠ ৰামছৰ ক্ষেত্ৰৰ সংখ্যা ৮৯ লৈ বৃদ্ধি পাইছে। পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰ্যালয়ে বিশ্ব আৰ্দ্ৰ ভূমি দিৱসৰ প...