February 13, 2025 8:55 PM
লোকসভাত আয়কৰ বিধেয়ক ২০২৫ উত্থাপন
লোকসভাত আজি আয়কৰ বিধেয়ক ২০২৫ উত্থাপন কৰা হয়। এই বিধেয়কখনৰ উদ্দেশ্য হ'ল আয়কৰ সম্পৰ্কীয় আইন একত্রিত আৰু সংশোধন কৰা। বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে নিম্ন সদনত বিধেয়কখন উত্থাপন কৰে । ...