ডাউনলোড
মোবাইল এপ

android apple
signal

May 25, 2024 6:04 PM

 প্ৰচণ্ড গৰম আৰু গ্ৰীষ্ম প্ৰবাহৰ পৰিপ্ৰেক্ষিতত অসমৰ কেইবাখনো জিলাৰ বিদ্যালয়ৰ পাঠদানৰ সময়সূচীত সাল-সলনি

♦ অসমৰ বিভিন্ন অঞ্চলত প্ৰচণ্ড গৰম আৰু গ্ৰীষ্ম প্ৰবাহৰ লেখীয়া পৰিস্থিতিৰ সৃষ্টি হোৱাৰ পৰিপ্ৰেক্ষিতত কেইবাখনো জিলাৰ বিদ্যালয়সমূহৰ পাঠদানৰ সময়সূচীত সাল-সলনি কৰা হৈছে। বঙাইগাঁও, কার্বি ...

May 25, 2024 5:14 PM

ৰেমালৰ নিম্নচাপ আজি সন্ধিয়া ঘূৰ্ণীবতাহ-ধুমুহাত পৰিণত হোৱাৰ সম্ভাৱনা ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

♦ ভাৰতীয় বতৰ বিজ্ঞান বিভাগে কৈছে যে, পূব-মধ্য বংগোপ সাগৰৰ ওপৰত সৃষ্টি হোৱা নিম্নচাপ আজি সন্ধিয়া ঘূৰ্ণীবতাহ-ধুমুহাত পৰিণত হোৱাৰ সম্ভাৱনা আছে। এটা বিবৃতিত বিভাগে প্ৰকাশ কৰা অনুসৰি ৰেমাল ন...

May 13, 2024 6:04 PM

উত্তৰ-পশ্চিম আৰু মধ্য ভাৰতত উষ্ণতা বৃদ্ধিৰ আগলি বতৰা ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

ভাৰতৰ বতৰ বিজ্ঞান বিভাগে অহা চাৰি-পাঁচ দিনত উত্তৰ-পশ্চিম আৰু মধ্য ভাৰতত উষ্ণতা বৃদ্ধিৰ আগলি বতৰা দিছে। ৰাজস্থানকে ধৰি এই অঞ্চলসমূহত অহা ১৬ মে’ৰ পৰা গ্ৰীষ্ম প্রবাহ হোৱাৰ সম্ভাৱনা আছে বুলি ব...

May 6, 2024 1:32 PM

উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যতে কাইলৈ পর্যন্ত বিজুলী ঢেৰেকনিৰে ধুমুহা, বৰষুণ হোৱাৰ আগলি বতৰা ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যতে কাইলৈ পর্যন্ত বিজুলী ঢেৰেকনিৰে ধুমুহা, বৰষুণ হ'ব বুলি আগলি বতৰা দিছে। বিভাগটোৱে অসম আৰু মেঘালয়ত আজি প্ৰবল বৰষুণ হোৱাৰ সম্ভ...

May 3, 2024 11:38 AM

ডিমা হাচাও জিলা প্রশাসনৰ প্রতিকুল বতৰৰ বাবে সতর্কতামূলক নির্দেশনা

◊গুৱাহাটী বতৰ বিজ্ঞান কেন্দ্ৰৰ নিৰ্দেশনা মৰ্মে ডিমা হাচাও জিলা প্রশাসনে প্রতিকুল বতৰৰ প্ৰতি লক্ষ্য ৰাখি সতর্কতামূলক নির্দেশনা জাৰি কৰিছে। নিৰ্দেশনা অনুসৰি জিলাখনৰ সকলো শিক্ষানুষ্ঠান ...

April 24, 2024 5:36 PM

উত্তৰ-পূব ভাৰতত ২৯ এপ্ৰিললৈকে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা ২৯ এপ্ৰিললৈকে উত্তৰ-পূব ভাৰতত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। বিভাগটোৱে অহা ২-৩ দিনত পশ্চিমবংগ, ওড়িশা আৰু ছিকিমত বৰষুণ দিব পাৰে বুল...

April 21, 2024 12:13 PM

বতৰ বিজ্ঞান বিভাগৰ উত্তৰ-পূৰ্বাঞ্চলৰ ঠাই বিশেষে ২৪ এপ্রিল পর্যন্ত বৰষুণৰ আগলি বতৰা

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসম, মেঘালয়, ত্ৰিপুৰা, নাগালেণ্ড, মণিপুৰ আৰু ত্ৰিপুৰাৰ ঠাই বিশেষে ২৪ এপ্রিল পর্যন্ত বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। বিভাগটোৱে অৰুণাচল প্ৰদেশৰ কোনো কোনো অংশত ...

April 8, 2024 8:35 PM

অহা ২৪ ঘণ্টালৈকে দেশৰ একাংশ উপদ্বিপীয় অঞ্চলত গ্রীষ্মপ্ৰৱাহ অব্যাহত থাকিব বুলি ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ প্ৰকাশ

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে দেশৰ একাংশ উপদ্বিপীয় অঞ্চলত অহা ২৪ ঘণ্টালৈকে গ্রীষ্মপ্ৰৱাহ অব্যাহত থাকিব বুলি প্ৰকাশ কৰিছে। এই সময়ছোৱাত অন্ধ্ৰপ্ৰদেশৰ উপকুলীয় অঞ্চল, য়ানাম, ৰেয়ালচিমা, ত...