June 18, 2024 7:50 PM

পৰৱৰ্তী ২-৩ দিনলৈ অসম, মেঘালয় আৰু পশ্চিমবংগৰ হিমালয়ৰ দাতিকাষৰীয়া অঞ্চলসমূহত ধাৰাষাৰ বৰষুণৰ আগলি বতৰা ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসম, মেঘালয় আৰু পশ্চিমবংগৰ হিমালয়ৰ দাতিকাষৰীয়া অঞ্চলসমূহত পৰৱৰ্তী ২-৩ দিনলৈ ধাৰাষাৰ বৰষুণ অব্যাহত থাকিব পাৰে বুলি আগলি বতৰা দিছে। এই সময়ছোৱাত দাক্ষিণাত্য...

June 17, 2024 12:43 PM

অসমত ২০ জুনলৈ বিজুলী-ঢেৰেকনীৰে প্রবল বৃষ্টিপাত হোৱাৰ আশংকা আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ

গুৱাহাটী আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যত প্রবল বর্ষাবতৰ আশংকা কৰি ৰেড এলার্ট জাৰি কৰিছে। বতৰ বিজ্ঞান কেন্দ্রই আজিৰে পৰা অহা ২০ জুনলৈ বিজুলী-ঢেৰেকনীৰে প্রবল বৃষ্টিপাত হোৱাৰ আগলি বতৰা ...

June 14, 2024 5:19 PM

বিগত ৬০ ঘণ্টাত উত্তৰ চিকিমত নেৰানেপেৰা বৰষুণৰ ভয়াবহ ৰূপ ধাৰণ

বিগত ৬০ ঘণ্টাত উত্তৰ চিকিমত হোৱা নেৰা নেপেৰা বৰষুণে ভয়াবহ ৰূপ ধাৰণ কৰিছে৷ তীষ্টা নদীৰ জলস্তৰ বৃদ্ধিৰ ফলত চাংকালাঙত এখন পুৰণা ওলমা দলং আৰু নতুনকৈ নিৰ্মাণ কৰা বেইলী দলং দুয়োখনেই ভাগি পৰে। ...

June 13, 2024 7:57 PM

পৰৱৰ্তী ৪-৫ দিনলৈ উত্তৰ-পূৰ্বাঞ্চল, পশ্চিমবংগৰ হিমালয়ৰ দাঁতিকাষৰীয়া অঞ্চল আৰু ছিকিমত ধাৰাসাৰ বৰষুণৰ আগলি বতৰা ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে পৰৱৰ্তী ৪-৫ দিনলৈ উত্তৰ-পূৰ্বাঞ্চল, পশ্চিমবংগৰ হিমালয়ৰ দাঁতিকাষৰীয়া অঞ্চল আৰু ছিকিমত ধাৰাসাৰ বৰষুণ দিব পাৰে বুলি আগলি বতৰা দিছে। বিভাগে লগতে উত্তৰপ্ৰদেশ, বি...

June 9, 2024 12:25 PM

উত্তৰ-পূৰ্বাঞ্চলকে ধৰি পশ্চিমবংগ, বিহাৰ, ঝাৰখণ্ড, ওড়িশা, মধ্যপ্ৰদেশ আৰু ছত্তিশগড়ত অহা ৫ দিনলৈ বতৰ ডাৱৰীয়া হোৱাৰ সম্ভাৱনা

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে উত্তৰ-পূৰ্বাঞ্চলকে ধৰি পশ্চিমবংগ, বিহাৰ, ঝাৰখণ্ড, ওড়িশা, মধ্যপ্ৰদেশ আৰু ছত্তিশগড়ত অহা ৫ দিনলৈ বতৰ ঘাইকৈ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী-ঢেৰেকণিৰে সৈতে পাতলীয়াৰ ...

June 7, 2024 6:19 PM

অহা ৪ দিনলৈ মধ্য আৰু দক্ষিণ ভাৰতকে ধৰি দেশৰ বহু ঠাইত বৰষুণ, ধুমুহা আৰু বজ্ৰপাতৰ আশংকা ভাৰতৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ

ভাৰতৰ বতৰ বিজ্ঞান বিভাগে অহা চাৰিদিনলৈ মধ্য আৰু দক্ষিণ ভাৰতকে ধৰি দেশৰ বহু ঠাইত বৰষুণ, ধুমুহা আৰু বজ্ৰপাতৰ বাবে য়েল্লো এলাৰ্ট জাৰি কৰিছে। আইএমডিয়ে কয় যে, দক্ষিণ-পশ্চিম মৌচুমী বতাহ মধ্য আ...

June 1, 2024 2:46 PM

কেৰালাত ৰাজ্যখনৰ উত্তৰ অংশত প্ৰৱল বৃষ্টিপাত অব্যাহত

কেৰালাত ৰাজ্যখনৰ উত্তৰ অংশত প্ৰৱল বৃষ্টিপাত অব্যাহত আছে। ৰাজ্যখনৰ মালাপ্পুৰম, কোঝিকোৰ, ৱায়ানাড আৰ্ণাকুলম আৰু ইডুক্কি জিলাত য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে। ৰাজ্যখনত কাইলৈ পৰ্যন্ত বৰষুণ অ...

June 1, 2024 1:03 PM

উত্তৰ প্ৰদেশত প্ৰচণ্ড গ্রীষ্ম প্রবাহৰ ফলত নিৰ্বাচনৰ দায়িত্বত নিয়োজিত গৃহৰক্ষী বাহিনীৰ ৭ গৰাকী জোৱানকে ধৰি মুঠ ১৩ গৰাকী লোকৰ মৃত্যু

উত্তৰ প্ৰদেশত প্ৰচণ্ড গ্রীষ্ম প্রবাহৰ ফলত কালি নিৰ্বাচনৰ দায়িত্বত নিয়োজিত গৃহৰক্ষী বাহিনীৰ ৭ গৰাকী জোৱানকে ধৰি মুঠ ১৩ গৰাকী লোকৰ মৃত্যু হৈছে। মৃত্যু হোৱা লোকসকল মীর্জাপুৰ, গোণ্ডা, প্ৰয...

May 31, 2024 6:46 PM

আজিৰ পৰা মধ্য ভাৰত আৰু দেশৰ উত্তৰ-পশ্চিম অংশত প্ৰৱল গ্ৰীষ্ম প্ৰৱাহ হ্ৰাস পাব

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে যে মধ্য ভাৰত আৰু দেশৰ উত্তৰ-পশ্চিম অংশত প্ৰৱল গ্ৰীষ্ম প্ৰৱাহ আজিৰ পৰা লাহে লাহে হ্ৰাস পাব। হাৰিয়ানা, চণ্ডীগড়, দিল্লী, ৰাজস্থান, উত্তৰ প্ৰদেশ, বিহাৰ,...

May 30, 2024 1:02 PM

দক্ষিণ-পশ্চিম মৌচুমী বায়ু আজি কেৰালাত প্ৰৱেশৰ সম্ভাৱনা

দক্ষিণ-পশ্চিম মৌচুমী বায়ুৱে আজি কেৰালাত খুন্দা মৰাৰ সম্ভাৱনা আছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে জনোৱা অনুসৰি এইবাৰ স্বাভাৱিক সময়, অর্থাৎ ১ জুনতকৈ দুদিন পূর্বেই মৌচুমী বায়ুৰ প্ৰৱেশ ঘটিব। ...