July 7, 2024 6:22 PM

উত্তৰাখণ্ডৰ গড়ৱাল আৰু কুমাও অঞ্চলৰ কেইবাখনো জিলাত প্রবল বৰষুণৰ বাবে ৰেড এলার্ট জাৰি

উত্তৰাখণ্ডৰ ৰাজ্যিক বতৰ বিজ্ঞান বিভাগে আজি গড়ৱাল আৰু কুমাও অঞ্চলৰ কেইবাখনো জিলাত অতি প্রবল বৰষুণৰ বাবে ৰেড এলার্ট জাৰি কৰিছে। বিভাগৰ তথ্য অনুসৰি বহু ঠাইত প্ৰবলৰ পৰা অতি প্রবল বৰষুণৰ সম্...