August 18, 2024 11:41 AM
পৰৱৰ্তী ২-৩ দিনত দেশৰ পূব আৰু মধ্য ভাগত ধাৰাষাৰ বৰষুণ সম্ভাৱনা
ভাৰতীয় বতৰ বিজ্ঞান বিভাগে পৰৱৰ্তী ২-৩ দিনত দেশৰ পূব আৰু মধ্য ভাগত ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। বতৰ বিজ্ঞান বিভাগে কৈছে যে, উত্তৰ-পশ্চিম বংগোপ সাগৰত সৃষ্টি হোৱা নিম্নচাপ বলয় ...