April 15, 2025 8:19 PM
চলিত বৰ্ষৰ জুনৰ পৰা ছেপ্তেম্বৰলৈ দক্ষিণ-পশ্চিম মৌচুমী বতাহৰ প্ৰভাৱত হোৱা বৰষুণৰ পৰিমাণ স্বাভাৱিকতকৈ অধিক হোৱাৰ সম্ভাৱনা
ভাৰতীয় বতৰ বিজ্ঞান বিভাগে চলিত বৰ্ষৰ জুনৰ পৰা ছেপ্তেম্বৰলৈ দক্ষিণ-পশ্চিম মৌচুমী বতাহৰ প্ৰভাৱত হোৱা বৰষুণৰ পৰিমাণ স্বাভাৱিকতকৈ অধিক হোৱাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে। নতুন দিল্লীত আ...