February 12, 2025 8:17 PM
সমগ্ৰ শিক্ষা অসম আৰু আই আই টি গুৱাহাটীৰ উদ্যোগত সদৌ অসম বিজ্ঞান আৰু গণিত অলিম্পিয়াডৰ আয়োজন
ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ অনুসৰি শিক্ষাৰ্থীসকলৰ সামগ্রিক শিক্ষা নিশ্চিত কৰাৰ উদ্দেশ্যে সমগ্ৰ শিক্ষা অসম আৰু আই আই টি গুৱাহাটীৰ উদ্যোগত সদৌ অসম বিজ্ঞান আৰু গণিত অলিম্পিয়াডৰ আয়োজন কৰ...