January 21, 2025 11:25 AM
মহিলাৰ ১৯ বছৰ অনুৰ্ধৰ আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত ভাৰত মালয়েছিয়াৰ মুখামুখি
মহিলাৰ ১৯ বছৰ অনুৰ্ধৰ আই চি চি টি-টুৱেন্টি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ দ্বিতীয় সংস্কৰণৰ গ্রুপ-এৰ এখন খেলত আজি, যোৱাবাৰৰ চেম্পিয়ন ভাৰত মালয়েছিয়াৰ মুখামুখি হ'ব। খেলখন দুপৰীয়া কুৱালা...