February 2, 2025 8:45 PM
১৯ বছৰ অনুৰ্ধ আইচিচি মহিলাৰ টী-টুৱেণ্টি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত ভাৰতীয় দলৰ বিজয়ী খিতাপ দখল
ভাৰতে ১৯ বছৰ অনুৰ্ধ আই চি চি মহিলাৰ টী-টুৱেন্টি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ বিজয়ীৰ খিতাপ দখল কৰিছে। মালয়েছিয়াৰ কোৱালালামপুৰৰ বায়ুয়েমাছ অ’ভেল ষ্টেডিয়ামত অনুষ্ঠিত চূড়ান্ত খেলখ...