April 16, 2025 1:09 PM
ভাৰতৰ শ্ৰেয়াছ আয়াৰ আই চি চিৰ মাৰ্চ মাহৰ শ্ৰেষ্ঠ পুৰুষ খেলুৱৈ ৰূপে নিৰ্বাচিত
২০২৫ বৰ্ষৰ চেম্পিয়নছ ট্ৰফীত দেখুওৱা অনবদ্য প্ৰদৰ্শনৰ সুবাদত ভাৰতৰ শ্ৰেয়াছ আয়াৰক আই চি চিৰ মাৰ্চ মাহৰ শ্ৰেষ্ঠ পুৰুষ খেলুৱৈ ৰূপে নিৰ্বাচিত কৰা হৈছে। মহিলা শাখাত অষ্ট্ৰেলিয়াৰ জর্জিয়া...