April 2, 2024 8:31 PM

বিজেপিয়ে বিকশিত ভাৰতৰ কথা কোৱাৰ বিপৰীতে I.N.D.I.A মৰ্চাই দুৰ্নীতিৰ পোষকতা কৰেঃ অমিত শ্বাহ

♦ কেন্দ্রীয় গৃহমন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহে আজি দলীয় কৰ্মী সকলক ভোটাৰৰ কাষ চাপিবলৈ আৰু বিকশিত ভাৰতৰ এজেণ্ডাৰ বিষয়ে প্ৰচাৰ কৰিবলৈ আহ্বান জনায়৷ আজি বেংগালুৰুত পাঁচটা ল...