ডাউনলোড
মোবাইল এপ

android apple
signal

October 14, 2024 12:54 PM

আজিৰে পৰা হকী ইণ্ডিয়া ছিনিয়ৰ মহিলা আন্তঃবিভাগীয় ৰাষ্ট্ৰীয় হকী প্ৰতিযোগিতা আৰম্ভ

হকী ইণ্ডিয়া ছিনিয়ৰ মহিলা আন্তঃবিভাগীয় ৰাষ্ট্ৰীয় হকী প্ৰতিযোগিতা নতুন দিল্লীৰ মেজৰ ধ্যানচন্দ ষ্টেডিয়ামত আজি আৰম্ভ হ'ব। ২১ অক্টোবৰলৈ চলিবলগীয়া এই প্ৰতিযোগিতাত মুঠ ১২টা দলে অংশগ্রহ...

September 11, 2024 8:18 PM

ভাৰত পুৰুষৰ এছিয় চেম্পিয়নছ ট্রফি হকী প্ৰতিযোগিতাৰ ছেমিফাইনেলত প্ৰৱেশ

ভাৰতে পুৰুষৰ এছিয় চেম্পিয়নছ ট্রফি হকী প্ৰতিযোগিতাৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে। যোৱাবাৰৰ ছেম্পিয়ন ভাৰতে আজি চীনৰ হুলুনবুইৰত অনুষ্ঠিত প্ৰতিযোগিতাৰ এখন খেলত মালয়েছিয়াক ৮-১ গলৰ ব্যৱধা...

August 30, 2024 8:12 PM

অহা ১১ নৱেম্বৰৰ পৰা বিহাৰত চলিত বৰ্ষৰ মহিলাৰ এছিয়ান চেম্পিয়ন ট্রফী প্রতিযোগিতা

বিহাৰৰ ৰাজগীৰত অহা ১১ নৱেম্বৰৰ পৰা চলিত বৰ্ষৰ মহিলাৰ এছিয়ান চেম্পিয়ন ট্রফী প্রতিযোগিতা আৰম্ভ হ'ব। হকী ইণ্ডিয়াই এই কথা ঘোষণা কৰি কৈছে যে, হকী ইণ্ডিয়া আৰু বিহাৰ চৰকাৰৰ যুটীয়া প্ৰয়াসত ৰ...

August 14, 2024 8:09 PM

পি আৰ শ্ৰীজেশে পৰিধান কৰা ১৬ নম্বৰ জাৰ্ছিটো পুনৰ ব্যৱহাৰ নকৰাৰ কথা ঘোষণা হকী ইণ্ডিয়াৰ

হকী ইণ্ডিয়াই কিংবদন্তি গ'লৰক্ষক পি আৰ শ্ৰীজেশে পৰিধান কৰা ১৬ নম্বৰ জাৰ্ছিটো পুনৰ ব্যৱহাৰ নকৰাৰ কথা ঘোষণা কৰিছে। সত্য সমাপ্ত পেৰিছ অলিম্পিকত দেশৰ বাবে একেৰাহে দ্বিতীয়টো ব্ৰঞ্জৰ পদক লাভ ...