ডাউনলোড
মোবাইল এপ

android apple
signal

December 19, 2024 5:41 PM

ৰাজভৱনৰ সন্মুখত কোনোধৰণৰ বিক্ষোভ কাৰ্যসূচীৰ বাবে এতিয়াৰে পৰা অনুমতি প্ৰদান কৰা নহ’বঃ মুখ্যমন্ত্রী

ৰাজভৱনৰ সন্মুখত কোনোধৰণৰ বিক্ষোভ কাৰ্যসূচীৰ বাবে এতিয়াৰে পৰা অনুমতি প্ৰদান কৰা নহ’ব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। তেওঁ কয়, যে প্রতিবাদ সাব্যস্ত কৰাৰ বাবে ইতিপ...

December 18, 2024 10:33 AM

ভূটানৰ ৰজা জিগমে খেছাৰ নামগিয়াল ৱাংচুকক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

ভূটান ভ্ৰমণৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দেশখনৰ ৰজা জিগমে খেছাৰ নামগিয়াল ৱাংচুকক সাক্ষাৎ কৰি অসম আৰু ভূটানৰ মাজৰ ঐতিহ্যপূৰ্ণ সম্পৰ্ক অধিক সূদৃঢ় কৰাৰ বিষয়ে আলোচনা কৰে। মুখ্...

December 13, 2024 6:21 PM

যোৰহাট নগৰ পানীযোগান আঁচনিৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি যোৰহাট নগৰ পানীযোগান আঁচনিৰ আধাৰশিলা স্থাপন কৰে। যোৰহাট জিলাৰ বিকাশৰ ১২ দিন কাৰ্যসূচীৰ অংশ হিচাপে জিলাখনৰ মুঠ ১২ হেজাৰ ৬৪৭ গৰাকী ঋণীলৈ মাইক্ৰ'ফাইন...

December 10, 2024 6:57 PM

জামুগুৰিহাটত ছহিদ দিৱসত ১৫৯টা ছহিদ পৰিয়ালক সম্বৰ্ধনা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ

ঐতিহাসিক অসম আন্দোলনৰ ৮৬০ গৰাকী ছহিদ স্মৃতিত শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে আজি ৰাজ্যৰ বিভিন্ন স্থানত ছহিদ দিৱস পালন কৰা হয়। শোণিতপুৰ জিলাৰ জামুগুৰিহাটত আজি ভাৰতীয় জনতা যুৱ মৰ্চা, অসম প...

December 9, 2024 1:37 PM

শংকৰদেৱে আজিৰপৰা ৫০০ বছৰ পূৰ্বে জাত-পাতৰ বিভেদ আঁতৰাই ঐক্যবদ্ধ সমাজ নিৰ্মাণৰ পৰিৱেশ গঢ়ি তুলিছিলঃ মুখ্যমন্ত্রী

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কয়, যে ভাৰতীয় সনাতন সভ্যতাই সৃষ্টিৰ আদিৰেপৰা বৰ্তমানলৈকে সমাজত অস্পৃশ্যতা, উচ্চ-নীচৰ বিভেদ আঁতৰাই সকলোকে একেলগে থকাৰ বাবে প্ৰেৰণা যোগাই আহিছে। গুৱাহা...

December 9, 2024 1:29 PM

আজি সৰুপথাৰ সম-জিলাত ১৯ কোটি টকা ব্যয়সাপেক্ষে বহুকেইটা প্রকল্প উদ্বোধন মুখ্যমন্ত্রীৰ

সৰুপথাৰ সম-জিলাত আজি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই ১৯ কোটি টকা ব্যয়সাপেক্ষে বহুকেইটা প্রকল্প উদ্বোধন কৰিব। সেই অনুসৰি প্ৰায় ১৫ কোটি টকা ব্যয়সাপেক্ষে সৰুপথাৰ সম-জিলা অসামৰিক চিকিৎ...

December 9, 2024 1:22 PM

অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়, ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন আৰু আনন্দৰাম বৰুৱা বঁটাৰ অগ্ৰগতি সন্দৰ্ভত জিলা আয়ুক্তসকলৰ সৈতে মুখ্যমন্ত্ৰী বৈঠক

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কালি অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়, ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন আৰু আনন্দৰাম বৰুৱা বঁটাৰ অগ্ৰগতি সন্দৰ্ভত বুজ লোৱাৰ বাবে জিলা আয়ুক্তসকলৰ সৈতে ভিডিঅ’...

December 6, 2024 10:32 AM

২০২৪-২৫ বৰ্ষৰ সাহিত্য বঁটা আৰু পেঞ্চন প্ৰাপকৰ তালিকা প্রকাশ

  ৰাজ্য চৰকাৰে ২০২৪-২৫ বৰ্ষৰ বাবে সাহিত্য বঁটা আৰু পেঞ্চন প্ৰাপকৰ তালিকা প্রকাশ কৰিছে। কাইলৈ প্ৰয়াত সাহিত্যিক হোমেন বৰগোহাঞিৰ জন্ম দিৱসৰ সৈতে সংগতি ৰাখি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ফণীধৰ ...

December 5, 2024 8:47 PM

৪ গৰাকী বিধায়কে শনিবাৰে দিনৰ ১২ বজাত মন্ত্ৰী হিচাপে শপত গ্ৰহণ

চাৰিগৰাকী নতুন মন্ত্ৰীৰ অন্তৰ্ভুক্তিৰে পৰহিলৈ অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটোৱা হ'ব। চাৰিগৰাকী বিধায়কে শনিবাৰে দিনৰ ১২ বজাত মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ...

December 4, 2024 12:41 PM

গুৱাহাটী ৰিং ৰোড, কাজিৰঙা কৰিডৰ আৰু গহপুৰ-নুমলীগড়ৰ সংযোগী সুৰগ পথৰ ভূমি অধিগ্ৰহণ শীঘ্ৰে আৰম্ভ হ’ব বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ

কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে ৰূপায়ণ কৰিবলৈ লোৱা গুৱাহাটী ৰিং ৰোড, কাজিৰঙা এলিভেটেড কৰিড'ৰ আৰু গহপুৰ-নুমলীগড়ৰ পানীৰ তলৰ সুৰঙ্গ পথ নিৰ্মাণৰ বাবে শীঘ্ৰেই ভূমি অধিগ্ৰহণ আৰু য...