September 5, 2024 8:59 PM
ঠগ, প্ৰৱঞ্চনাৰ বলি নহ’বলৈ ৰাজ্যবাসীক ৰিজাৰ্ভ বেংকৰ দ্বাৰা অনুমোদিত প্ৰতিষ্ঠানতহে ধন জমা থ’বলৈ মুখ্যমন্ত্ৰীৰ আহ্বান
ঠগ, প্ৰৱঞ্চনাৰ বলি নহ'বলৈ ৰাজ্যবাসীক ৰিজাৰ্ভ বেংকৰ দ্বাৰা অনুমোদিত প্ৰতিষ্ঠানতহে ধন জমা থ'বলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আহ্বান জনাইছে। অনলাইন ট্রেডিং প্ৰৱঞ্চনা সন্দৰ্ভত প্রতিক্র...