April 20, 2024 12:10 PM

প্রধানমন্ত্রী আবাস যোজনাত দুর্নীতি-অনিয়ম নিৰ্মূলৰ বাবে জিঅ’ টেগিঙৰ কাম পঞ্চায়ত তথা গাঁৱৰ মহিলা আত্ম সহায়ক গোটৰ জৰিয়তে কৰা হ’বঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিনাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ গ্ৰামাঞ্চলৰ মহিলাসকলৰ হাতত তুলি দিলে এক বিশেষ ক্ষমতা। প্রধানমন্ত্রী আবাস যোজনাত দ...