January 25, 2025 12:30 PM
হিমাচল প্ৰদেশ আৰু পাঞ্জাৱৰ ঠায়ে ঠায়ে আজি শীত প্ৰৱাহৰ আগলি বতৰা ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ
ভাৰতীয় বতৰ বিজ্ঞান বিভাগে হিমাচল প্ৰদেশ আৰু পাঞ্জাৱৰ ঠায়ে ঠায়ে আজি শীত প্ৰৱাহ অব্যাহত থাকিব বুলি আগলি বতৰা দিছে। বতৰ বিজ্ঞান বিভাগে লগতে পশ্চিমবংগ, পূব উত্তৰ প্ৰদেশ, ছিকিম আৰু বিহাৰৰ আজ...