October 11, 2024 7:57 PM

ভাৰত-লাও গণতান্ত্ৰিক গণৰাজ্যৰ প্ৰতিৰক্ষা সহযোগিতা, সীমাশুল্ক, দৃশ্য-শ্ৰব্য আৰু ঐতিহ্য সংৰক্ষণকে ধৰি ৬খন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ

ভাৰত আৰু লাও গণতান্ত্ৰিক গণৰাজ্যই আজি প্ৰতিৰক্ষা সহযোগিতা, সীমাশুল্ক, দৃশ্য-শ্ৰৱ্য আৰু ঐতিহ্য সংৰক্ষণকে ধৰি বিভিন্ন ক্ষেত্ৰৰ ছখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। ভাৰতে লগতে ভাৰত ৰাষ্ট্ৰ...